প্ৰথম অধ্যায়                          আৰম্ভণী 


 অতি চমু প্রশ্ন (Very Short Questions ) : 

মহাকাব্যৰ যুগত প্রাচীন অসম কি নামেৰে জনা গৈছিল?

(Ancient Assam was known by which name during the Age of epics?)

উত্তৰঃ মহাকাব্যৰ যুগত প্ৰাচীন অসম প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল ।

আচমকথাৰ অৰ্থ কি? (What is the meaning of the word "Acham"?)

 উত্তৰঃআচম কথাৰ অৰ্থ হল অপৰাজেয় বা অতুলণীয় ।

প্রাচীন অসমৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশৰ নাম কি আছিল? (What is the name of the first historical dynasty of Assam?

 উত্তৰঃ প্ৰাচীন অসমৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশৰ নাম হল বৰ্মন বংশ ।

প্রাচীন অসমৰ তথ্য যোগান ধৰা এখন ব্রাহ্মণ গ্রন্থ উল্লেখ কৰা (Mention one Brahmana literature which contains information about ancient Assam).

 উত্তৰঃ প্ৰাচীন অসমৰ তথ্য যোগান ধৰা এখন ব্ৰাহ্মণ গ্ৰন্থ হল গো-পথ ব্ৰাহ্মণ ।

অৰ্থশাস্ত্ৰৰ ৰচক কোন? (Who was the author of Arthasastra? 

উত্তৰঃ অৰ্থশাস্ত্ৰৰ ৰচক হল কৌটিল্য ।

বৃহৎ সংহিতাৰ ৰচক কোন? (Who was the author of Brihat Samhita?)

 উত্তৰঃ বৃহৎ সংহিতাৰ ৰচক হল বৰাহমিহিৰ ।

ৰাজতৰঙ্গিনীত উল্লেখ থকা অসমৰ জীয়ৰী গৰাকীৰ নাম কি? (What was the name of the Assam girl mentioned in the Rajatarangini ?) হিউৱেন-চাঙৰ গ্ৰন্থ খনৰ নাম কি? (What is the name of the book writers by Hiuen-Tsang?)

 উত্তৰঃ ৰাজতৰঙ্গিনীত উল্লেখ থকা অসমৰ জীয়ৰীগৰাকীৰ নাম হল অমৃতপ্ৰভা ।

তবকাত--নচিৰিৰ ৰচক কোন? (Who was the author of Tabqat i-Nasiri)

 উত্তৰঃ তবকাত-ৃই-নচিৰিৰ ৰচক হল মিনহাজউদ্দিন চিৰাজ ।

১০ এপিগ্রাফী মানে কি? (What is Epigraphy?)

 উত্তৰঃ এপ্ৰিগ্ৰাফী মানে হল ইতিহাসৰ সমল হিচাপে লিপিসমূহৰ যি গুৰুত্ব আছে তাকে এপিগ্ৰাফী বোলে .

চমু প্রশ্ন (Short answer) :

 

প্রাচীন অসমত ৰচিত দুখন ধৰ্মীয় গ্ৰন্থৰ নাম লিখা

(Write the name of two religious texts written in ancient Assam.)

 উত্তৰঃ  প্ৰাচীন অসমত ৰচিত দুখন গ্ৰন্থৰ নাম হল 

ক) হৰ-গৌৰী সংবাদ

খ) হৰ-গৌৰী বিবাদ 

প্রাচীন অসমৰ বিষয়ে উল্লেখ থকা দুখন বৌদ্ধ সাহিত্যৰ নাম লিখা (Write the name of two Buddhist texts which contain information about ancient Assam.)

 উত্তৰঃ প্ৰাচীন অসমৰ বিষয়ে উল্লেখ থকা দুখন বৌদ্ধ সাহিত্য হল 

ক) দিগ নিকায় 

খ) সমুক্ত নিকায় 

প্রাচীন অসমৰ দুখন লিপি উল্লেখ কৰা ।

(Mention two inscriptions of ancient Assam.)

 উত্তৰঃ  প্ৰাচীন অসমৰ দুখন লিপি হল 

ক) উমাচল লিপি 

খ) সূৰ্যমূৰ্তি লিপি 

ভাস্কৰ বৰ্মনৰ দুখন লিপি উল্লেখ কৰা

(Mention two inscriptions of Bhaskar Varmana).

 উত্তৰঃ ভাস্কৰ বৰ্মনৰ দুখন লিপি হল 

ক) ডুবি তাম্ৰলিপি

খ) নিধানপুৰ তাম্ৰলিপি  


হৰ্জৰ বৰ্মনৰ দুখন লিপি উল্লেখ কৰা (Mention two inscription of Hajaraavarman.)

 উত্তৰঃ  হৰ্জৰ বৰ্মনৰ দুখন লিপি হল 

ক) হয়ুন্ঠাল তাম্ৰশাসন 

খ) কুৰুৱাবাহী তাম্ৰশাসন 

প্রাচীন অসমৰ দুটা জনগোষ্ঠীৰ নাম লিখা (Write the name of two tribes of ancient Assam.)

 উত্তৰঃ প্ৰাচীন অসমৰ দুটা জনগোষ্ঠীৰ নাম হল 

ক) অষ্টিক গোষ্ঠী ।

খ) নেগ্ৰিট গোষ্ঠী ।

মঙ্গোলীয় সকলৰ বিষয়ে উল্লেখ থকা দুখন প্রাচীন সাহিত্যৰ নাম লিখা (Write the name of two ancient literature where mentions of Mongoloid has found.)

 

অসম (ডিমা হাচও) আৰু দক্ষিণ পূৱ এছিয়াৰ মাজত থকা দুটা সাংস্কৃতিক সাদৃশ্য উল্লেখ কৰা (Mention two cultural similarities between Assam (Dima Hasao) and South East Asia.)

 

চমু টোকা (Short Notes) :

 

(a) ধর্মীয় সাহিত্য (Religious literature);

 

(b) লিপি (Epigraphs);

 

(c) প্রাচীন অসমৰ প্ৰব্ৰজনৰ পথ (Migration routes of ancient Assam);

 

(d) প্রাচীন অসমৰ জনগাঁঠনি ( People of ancient Assam);

 

(e) ডিমা হাচাওৰ শিলৰ জাৰ (Stone jars of Dima Hasao) |

 

ৰচনাধৰ্মী প্রশ্ন (Essay Type questions) :

  প্রাচীন অসমৰ সাহিত্যৰ সমলসমূহৰ বিষয়ে আলোচনা কৰা (Discuss about the literacy source of ancient Assam).

 

প্রাচীন অসমৰ পুৰাতাত্ত্বিক সমলসমূহ বিষয়ে এটি টোকা লিখা (Write a note on the archaeological sources of ancient Assam).

 

প্রাচীন অসমৰ ভূ-ভাগ আৰু অধিবাসী সকলৰ বিষয়ে এখনি ৰচনা লিখা (Write on essay on the land and people of ancient Assam.)


Type- Suman Kakati