Chapter 4

হিচাপ পৰীক্ষণৰ প্ৰক্ৰিয়াঃ প্ৰমাণক, সম্পত্তি আৰু দেনাৰ পৰীক্ষাকৰণ

Audit Procedure: Vouching Verification of Assets and liability


অনুশীলনী-

(ক) খালী ঠাই পূৰণ কৰা (Fill up the blank)

১। বোৰ্ডৰ সভাত গৃহীত কৰা প্ৰস্তাৱ এটা _________ সমকক্ষ। 

A resolution passed in board meeting is equal to __________ 

উত্তৰঃ Documentary evidence/দলিলীয় সাক্ষ্য

২। প্ৰমাণক হ’ল ভাৱে এটা সাক্ষ্য।

Voucher is an evidence in 

উত্তৰঃ Writing/লিখিত

৩। কেছ মেমোৰ কাৰ্বন কপি হ’ল —প্ৰমাণক।

Carbon Copy of a Cash Memo is voucher. 

উত্তৰঃ Secondary/গৌণ

৪। প্ৰমাণক পৰীক্ষা এখন হয় ___________ ৰ প্ৰসংগত সম্পাদন কৰা হয়। (2015) 

Vouching is done with   reference to a _________ 

উত্তৰঃ প্ৰমাণক/ Voucher

৫। প্রাথমিক প্রবিষ্টিৰ বহীত থকা প্ৰসংগসমূহৰ সত্যতা নিৰূপণেই হৈছে __________ ।

Testing the truth of the item appearing in the books of original entry means ___________

উত্তৰঃ Vouching/প্রমাণক পৰীক্ষা

 ৬। সা-সম্পত্তিৰ মূল্যায়ন কৰাটো __________ এটা উদ্দেশ্য।

Valuation of assets is one of the objectives of _________ 

উত্তৰঃ Verification/সত্যতা নিৰূপণ

৭। সা-সম্পত্তি আৰু দেনাৰ সত্যতা নিৰূপণ _______পদ্ধতিৰেই এটা অবিচ্ছেদ্য অংগ।

Verification of assets and liability is an integral part of the whole  ___________ process.

উত্তৰঃ Audit/হিচাপ পৰীক্ষা

৮। ব্যৱসায়িক বিনিয়োগ – মূল্যত মূল্যায়ন কৰা হয়। 

Trade investment are valued at price 

উত্তৰঃ Cost/ ক্রয়

৯। বিভিন্ন দেনাদাৰ, - সম্পত্তিৰ অন্তৰ্ভুক্ত।

Sundry debator fall in the category of Assets.

উত্তৰঃ  Current/চলিত

১০। পুঁজি আইনগতভাৱে অংশধাৰকৰ মাজত বিতৰণ কৰিব নোৱাৰি।

fund can not be legally distributed among share holders. 

উত্তৰঃ Reserve/সঞ্চিত

(খ) শুদ্ধ/অশুদ্ধ বিচাৰ কৰা (Say True or False) 

১। সত্য প্রতিষ্ঠা কৰাই হৈছে সত্যতা নিৰূপণ।

Verification means providing Truth. 

উত্তৰঃ True/সত্য

২। সম্পত্তি আৰু দেনাসমূহৰ মূল্যায়ন কৰাটো সত্যতা নিৰূপণৰ এটা.. অংশ।

Valuation of Assets and liability is a part of verification (2015G.U.)

উত্তৰঃ True/সত্য 

৩। বাণিজ্যিক বিনিয়োগ ক্রয় মূল্যত মূল্যায়ন কৰা হয়। (2015 GU.) Trade investment are valued at cost price. 

উত্তৰঃ True /সত্য

৪। স্থায়ী সম্পত্তি প্রকৃত আৰ্জিত মূল্যত মূল্যায়ন কৰা হয় । (2013GU.) Fixed assets are to be valued at net realisable value. 

উত্তৰঃ False/অসত্য

৫। প্ৰমাণক হ’ল লিখিত ৰূপৰ এখন সাক্ষ্য। A voucher is an evidence in writing. (2014GU.)

উত্তৰঃ True / সত্য

৬। প্ৰমাণক পৰীক্ষা হিচাপ পৰীক্ষাৰ ৰাজহাড় বুলি গণ্য কৰা নহয়। Vouching is not regarded as the backbone of auditing. 

উত্তৰঃ অশুদ্ধ/False

৭। চতুৰ/ কঠিন প্ৰতাৰণাও প্ৰমাণক পৰীক্ষাৰ দ্বাৰা ধৰিব পৰা যায়। Clever fraud can only be discovered by vouching. 

উত্তৰঃ সত্য/True

৮। ৫০০০ বা তাৰ ওপৰৰ প্ৰমাণকত ৰাজহ ষ্টাম্প লগাব নালাগে। There may not be any revenue stamp in case of Rs 5000 or more. 

উত্তৰঃ অসত্য/False 

৯। জৱ কাৰ্ড এখন প্ৰমাণক।

Job card is a kind voucher. 

উত্তৰঃ সত্য/Ture

১০। প্ৰমাণকে লেনদেন এটাৰ সম্পূৰ্ণ বৰ্ণনা দাঙি ধৰে।

Voucher show the full description of a Transaction.

উত্তৰঃ সত্য/Ture

(গ) দীৰ্ঘ উত্তৰৰ প্ৰশ্ন (Long answer type question) 

১। প্ৰমাণকৰ সূত্ৰ দিয়া। প্ৰমাণকৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা।

Give the definition of voucher. What are the feature of a voucher.

উত্তৰঃ

২। প্ৰমাণকৰ বিভিন্ন প্ৰকাৰসমূহ লিখি প্ৰত্যকৰে উদাহৰণ দিয়া।

Discuss the different type of vouchers with examples. 

উত্তৰঃ

৩। বৈধ প্ৰমাণকৰ উমৈহতীয়া বৈশিষ্ট্যসমূহ চমুকৈ লিখা।

Write shortly the common features of a vailed voucher.

উত্তৰঃ

৪। প্ৰমাণক পৰীক্ষা বুলিলে কি বুজা। ইয়াৰ উদ্দেশ্য লগতে গুৰুত্ব চমুকৈে লিখা।

What do you man by vouching? Write its objectives and importance

উত্তৰঃ

৫। প্ৰমাণকৰ পৰীক্ষাৰ সাধাৰণ নীতিসমূহ চমুকৈ লিখা।

Discuss shortly the general principles of vouching.

উত্তৰঃ

৬। নগদ বহীৰ প্ৰমাণকৰ পৰীক্ষীৰ অৰ্থ কি? নগদ বিক্ৰয়ৰ প্ৰমাণক পৰীক্ষাৰ পদ্ধতি লিখা। (2015 G.U) 

What is the meaning of vouching of Cash Book? Write the procedure of vouching of Cash Sales.

উত্তৰঃ 

৭। প্ৰমাণক পৰীক্ষণৰ অৰ্থ লিখা। হিচাপ পৰীক্ষক এগৰাকীয়ে প্ৰমাণক পৰীক্ষণৰ সময়ত ্নুকৰণ কৰিব লগা নীতিসমূহ লিখা।

Write the meaning of vouching? State the principles which are to be followed by and auditor while vouching. (G.U: 2014)

উত্তৰঃ

৮। তলত দিয়াবোৰৰ তুমি কেনেদৰে প্ৰমাণক পৰীক্ষা কৰিবা-

                                                                                  (G.U 2013)

১। লিখিত ঋণ সমগ্ৰহ

২। অনুদ্ধাৰণীয় ঋণ উদ্ধাৰ

How do you vouch the following:

i. Collection of book debts.

ii. Bad debts recovered.

উত্তৰঃ

৯। তলত দিয়াবোৰৰ প্ৰমাণক পৰীক্ষা পদ্ধতি লিখা।

(ক) কিস্তি/ভাড়াত দ্ৰব্য সামগ্ৰী ক্ৰয়।

(খ) মজুৰি দৰমহা।

(গ) ক্ষুদ্ৰ ৰোকাৰ বহী।

(ঘ) সঞ্চালকৰ পাৰিশ্ৰমিক।

(ঙ) লাভাংশ পৰিশোধ।

(চ) বাকীত বিক্ৰী।

(ছ) বাকীত ক্রয়।

How do vouch for the following:

(ক) Instalment/Hire Purchase Goods

উত্তৰঃ 

(খ) Wages and Salary

 উত্তৰ : 

(গ) Petty Cash Book

উত্তৰঃ

(ঘ) Remuneration to Directors

উত্তৰঃ

(ঙ) Dividend Payment 

(চ) Credit Sale 

উত্তৰঃ

(ছ) Creditor

উত্তৰঃ

১০।সত্যতা নিৰূপণ বুলিলে কি বুজা? সত্যতা নিৰূপণৰ উদ্দেশ্যসমূহ চমুকৈ লিখা।

What do you mean by verification? Write shortly the objectives of verification.

উত্তৰঃ

১১। হিচাপ পৰীক্ষাত সত্যতা নিৰূপণৰ আৱশ্যকতা কি? প্ৰমাণক পৰীক্ষা আৰু সত্যতা নিৰূপণৰ মাজত থকা পাৰ্থক্যসমূহ লিখা।

Write the importance of verification. Write the difference between vouching and verification.

উত্তৰঃ

১২।সম্পত্তিৰ সত্যতা নিৰূপণৰ সাধাৰণ নীতিসমূহ কি কি? সত্যতা নিৰূপণৰ সমস্যাসমূহ লিখা।

উত্তৰঃ 

What are the gernal principles of verification of Assets.

State the problems of verification.

উত্তৰঃ 

১৩। তলত দিয়াবোৰৰ সত্যতা নিৰূপণ কেনেদৰে কৰিবাঃ- (GU: 2014) (১) ব্যৱসায়ৰ মজুত পণ্য (২) ব্যৱসায়িক পাওনাদাৰ।

How do you verify the following:

(i) Stock in Trade 

(ii) Trade Creditor

উত্তৰঃ 

১৪।সা-সম্পত্তিৰ সত্যতা নিৰূপণৰ উদ্দেশ্যবোৰ কি? সম্পত্তিৰ মূল্যায়নত বিবেচ্য উপাদানসমূহ উল্লেখ কৰা। (GU: 2013)

What are the objectives of verification of Assets? What are the factors to be considered for valuation of Assets.

উত্তৰঃ 

১৫। মূল্যায়নৰ অৰ্থ লিখা। স্থায়ী সম্পত্তিৰ সত্যতা নিৰূপণ আৰু মূল্যায়নৰ ক্ষেত্ৰত হিচাপ পৰীক্ষকৰ কৰ্তব্য আলোচনা কৰা। (GU: 2015)

Write the meaning of valuation. Discuss the duties of an auditor with regard to verification and valuation of fixed Assets.

উত্তৰঃ

১৬। সম্পত্তিৰ মূল্যায়নৰ বিবেচ্য উপাদানসমূহ কি কি? সম্পত্তিৰ মূল্যায়ন আৰু সত্যতা নিৰূপণৰ মাজত থকা পার্থক্যবোৰ লিখা।

What are the factors to be considered while verifying an Assets? Write the difference between verification and valuation of Assets

উত্তৰঃ 

১৭।তলত দিয়া বিষয়সমূহৰ সত্যতা নিরূপণ আৰু মূল্যায়নৰ পদক্ষেপসমূহ লিখা।

Write the procedure of verification and valuation of following items :

(ক) হাতত জমা (Cash in Hand)

উত্তৰঃ 

(খ) বেংকত জমা (Cash in Bank)

উত্তৰঃ 

(গ) মজুত পণ্য (Stock in Trade)

উত্তৰঃ 

(ঘ) বিভিন্ন দেনাদাৰ (Book debts)

উত্তৰঃ 

(ঙ) বিনিয়োগ (Investment)

উত্তৰঃ 

(চ) কলকব্জা যন্ত্রপাতি (Plant and Machinery)

উত্তৰঃ 

(ছ) মটৰট্রাক, যান-বাহন (Motor, Lorry, Van)

উত্তৰঃ 

(জ) পশুধন (Livestock) 

উত্তৰঃ 

(ঝ) ঋণ (Loan)

উত্তৰঃ 

১৮। দেনাৰ সত্যতা নিৰূপণৰ অৰ্থ লিখা। ইয়াৰ উদ্দেশ্য কি কি? দেনাৰ সত্যতা নিৰূপণৰ প্ৰক্ৰিয়া সমূহ উল্লেখ কৰা।

What do you mean by verification of liability. What are its objects? Mention the procedure for verification of liability.

উত্তৰঃ 

১৯। তলত দিয়া দেনাসমূহৰ সত্যতা নিৰূপণত হিচাপ পৰীক্ষকৰ কৰ্তব্য আৰু পদ্ধতি কি লিখা—

Write the duties and procedure followed by an auditor while verifying the following liabilities

১। ব্যৱসায়ৰ পাওনাদাৰ (Trade Creditor)

উত্তৰঃ

২। প্রদেয় বিল (Bills Payable)

উত্তৰঃ

৩। ঋণপত্র (Debenture)

উত্তৰঃ

8। ঋণ আৰু ধাৰ (Loan and Borrowing)

উত্তৰঃ

৫। বজাৰ ব্যৱস্থাৰ (Provision for Taxation)

উত্তৰঃ

৬। লাভাংশ (Dividend)

উত্তৰঃ

আকস্মিক দেনা (Contingent liability)

উত্তৰঃ

৮। মূলধনী পুঁজি (Capital reserve)

উত্তৰঃ

৯। গ্রেচুইটী (Gratuity)

উত্তৰঃ

Question Type- Ishan Dev Bora...............






Post ID :DABP005175