Chapter 4 

স্বাভাৱিক বিতৰণৰ লেখচিত্ৰ বা প্ৰসামান্য বক্ৰ

 Normal Probaility Curve

প্ৰশ্নাৱলী  


1. প্ৰসামান্য বক্ৰ বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি?

(What do you mean by Normal Curve? What are its characteristics.) 

অস্বাভাৱিক বিতৰণ বুলিলে কি বুজা?  

(What do you mean by Non-normal distribution.)  

3.     বিষমতা আৰু কুকুদ বক্রতা কাক বোলে?   

 (What do you mean by Skewness and Kurtosis.)  

4. কুকুদ বক্ৰতাৰ ধাৰণাটো ব্যাখ্যা কৰা আৰু বিভিন্ন প্ৰকাৰৰ কুকুদ বক্ৰতাৰ চিত্ৰ অংকণ কৰা। 

(Explain the concept of Kurtosis. Draw the sketch of different    types of Kurtosis.) 

উত্তৰঃ 

5. বিষমতা কি? প্রত্যেকৰে চিত্ৰ আঁকি গড়, মধ্যমা আৰু        বহুলকৰ স্থান দেখুওৱা। 

(What is Skewness? Draw different Sketches to indicate                different types of Skewness and locate roughly the relative            position of mean, median and mode.)

উত্তৰঃ 

6. কোনো এক স্বাভাৱিক বিতৰণৰ গাণিতিক গড় 60 আৰু         মানক বিচ্যুতি 15৷ তলত দিয়া নম্বৰবিলাকৰ  মাজত মুঠ     সামগ্ৰীৰ শতকৰা কিমান অংশ আছে নিৰ্দ্ধাৰণ কৰা।  

( In a normal distribution the mean is 60 and SD is 15. Determine the percentage of eases the fall between the follows paires of scores.)

(a) 20 আৰু 50 ৰ মাজত (Between 20 & 50)  

(b) 65 ওপৰত (above 65)  

(c) 704 তলত (Below 70 )

উত্তৰঃ   

7. কোনো এটা স্বাভাৱিক বিতৰণৰ গড় 50 আৰু মানক বিচ্যুতি 6। তলত দিয়া শতাংশসমূহৰ সীমা নিৰ্দ্ধাৰণ কৰা।  

(a) সোঁমাজৰ 80% ( The middle 80% )  

(b) একেবাৰে ওপৰৰ 10% (The highest 10% ) 

(c) একেবাৰে তলৰ 30% (The lowest 30% )

উত্তৰঃ  

8. 500 জন ছাত্ৰই এটা পৰীক্ষাত প্রাপ্ত নম্বৰৰ বিতৰণৰ গড় 50 আৰু মানক বিচ্যুতি ৪। আনহাতেদি  200 জনী ছাত্ৰীৰ প্ৰাপ্ত বিতৰণৰ গড় 35.60 আৰু মানক বিচ্যুতি 5.12.  (Mean score of a distribution of scores made on a test by 500 students are 50 and SD = 8. On the other hand mean score of another distribution of 200 girls are 35.60 and  SD = 5.12  

(a) ছাত্ৰীৰ গড়ৰ ওপৰত ছাত্ৰৰ কিমান শতাংশ আছে?  

(What percentage of boyes exceeds the mean of the girls distributions?) 

উত্তৰঃ 

(b) ছাত্ৰৰ গড়ৰ তলত ছাত্ৰীৰ কিমান শতাংশ আছে?  

(What percentage of girls is below the mean of boys.) 

উত্তৰঃ 

9. তলত দিয়া বিতৰণৰ পৰা বিষমতা আৰু কুকুদ বক্তৃতা নিৰ্ণয় কৰা।  

(Compute the Skewness and Kurtosis from the following distribution.) 

শ্ৰেণী অন্তৰাল

(C.L)

বাৰংবাৰতা

(C.L)

33-36

29-32

25-28

21-24

17- 20

13 – 16

9 -12

5 – 8

1 - 4

1

1

4

10

5

3

3

2

1

                    N = 30


শ্ৰেণী অন্তৰাল

(C.L

বাৰংবাৰতা

(C.L)

80-89

75-79

70-74

65-69

60-64

55-59

50-54

45-49

40-44

16

20

12

10

8

6

2

4

2

 

N = 80



Type: Krishna Bora 





Post ID : DABP005270