Chapter 9


কোম্পানীৰ বিত্তীয় প্ৰতিবেদনসমূহ

FINANCIAL STATEMENTS OF A COMPANY


1. Fill in the blanks with appropriate words from the brackets.

বন্ধনীৰ ভিতৰত থকা শব্দৰ পৰা উপযুক্ত শব্দ বহুৱাই খালি ঠাই পূৰণ কৰা।


(a) Financial accounts provides a summary of ____. (asset / liabilities / accounts)

বিত্তীয় হিচাপসমূহে____এক সংক্ষিপ্ত ৰূপ যোগান ধৰে। (সম্পত্তিসমূহ / দেনাসমূহ/হিচাপসমূহ)

Ans: Accounts (হিচাপসমূহ)


(b) Financial statements are____ (estimates of facts / anticipated facts / recorded facts)

বিত্তীয় প্রতিবেদনসমূহ হৈছে____ (তথ্যৰ পূৰ্বানুমান / প্রত্যাশিত তথ্য / লিপিবদ্ধ কৰা তথ্য)

Ans: Recorded facts (লিপিবদ্ধ কৰা তথ্য)


(c) Retained carnings statement depicts ____. (appropriation of Profits / estimates of Profits / estimates of costs)

ৰাখিহোৱা উপার্জনৰ প্রতিবেদনে ____দেখুৱায়। (লাভব উপযোজন সমূহ / লাভৰ পূৰ্বানুমান / ব্যয়ৰ পূৰ্বানুমান) 

Ans: Appropriation of profits (লাভৰ উপযোজনসমূহ)


(d) Financial statements are the ____of information to interested parties. (basic sources / secondary sources)

বিত্তীয় প্রতিবেদনসমূহ হৈছে স্বার্থ জড়িত পক্ষসমূহৰ তথ্যৰ বাবে____উৎস। (মূল / গৌণ)

Ans: Basic sources (মূল)


(e) The owners of a company are called ____. (shareholders / Debenture holders)

এটা কোম্পানীৰ মালিকসকলক ____ বুলি কয়। (অংশপত্ৰধাৰক / ঋণপত্ৰধাৰক)

Ans: Shareholders(অংশপত্ৰধাৰক)


(f) Financial statements are the ____ products of accounting system (starting / End)

বিত্তীয় প্রতিবেদনসমূহ হৈছে হিচাপৰক্ষণ প্ৰণালীৰ ____ ফল। (আৰম্ভণী / সমাপ্তি)

Ans: End ( সমাপ্তি)


(g) Financial statements are primarily directed towards the needs of ____.(creditors / owners)

বিত্তীয় প্রতিবেদনসমূহ প্রাথমিকভাৱে ____ সকলৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবৰ বাবে নির্দেশ কৰে। (পাওনাদাৰ / মালিক)

Ans: Owners (মালিক)


(h) For income measurement ____ basis of accounting is followed (Cash / accrual)

আয় পৰিমাপনৰ বাবে____ ভিত্তিক হিচাপৰক্ষণত অনুসৰণ কৰা হয়। (নগদ / উপার্জন)

Ans: Accrual (উপার্জন)।


(i) Facts and figures presented in financial statements ____ based on personal judgement. (are / are not at all)

বিত্তীয় প্রতিবেদনসমূহত উপস্থাপন কৰা তথ্য আৰু সংখ্যাসমূহ ব্যক্তিগত বিচাৰৰ ওপৰত ____ (ভিত্তি কৰে / ভিত্তি নকৰে)

Ans: Are ( ভিত্তি কৰে)


(j) Financial statements are only ____ reports. (Final / Interim)

বিত্তীয় প্রতিবেদনসমূহ কেৱল ____ বিবৃতি। (চূড়ান্ত / মধ্যবর্তী)

Ans: Interim (মধ্যবর্তী)


(k) Recorded facts are based on ____ cost. (historical / replacement)

লিপিবদ্ধ কৰা তথ্য ____ ব্যয়ৰ ওপৰত ভিত্তি কৰে। (ঐতিহাসিক / প্রতিস্থাপন)

Ans: Historical (ঐতিহাসিক)


(l) Financial statements are prepared on the basis of ____ value. (Realisable / book)

বিত্তীয় প্রতিবেদনসমূহ ____ মূল্য ভিত্তিত প্রস্তুত কৰা হয়। (আদায়যোগ্য / বহী)

Ans: Book (বহী)


(m) The impact of ____ facts can be recorded in financial statement ( monetary / non-monetary)

 ____ তথ্যৰ প্ৰভাৱ বিত্তীয় প্রতিবেদনসমূহত লিপিবদ্ধ কৰা হয়। (মুদ্রাভিত্তিক / অনামুদ্রাভিত্তিক)

Ans: Monetary (মুদ্রাভিত্তিক)


(n) Statement which shows the assets and liabilities of a company is known as____.(Profit and Loss Account / Balance Sheet)

এটা কোম্পানীৰ সম্পত্তি আৰু দেনাসমূহ দেখুৱা প্রতিবেদনখনক ____ বুলি জনা যায়। (লাভ-লে চান হিচাপ /উদ্বৃত্তপত্র)

Ans: Balance Sheet ( উদ্বৃত্তপত্র)


(o) The preparation of financial statements ____ an end aim. (is / is not)

বিত্তীয় প্রতিবেদনসমূহ প্রস্তুতকৰণেই শেষ লক্ষ্য ____। (হয় /নহয়)

Ans: is not ( নহয়)


(p) Profit and Loss Account is also called ____ statement. (position / income)

লাভ-লোকচান হিচাপক ____ প্রতিবেদন বুলিও কোৱা হয়। (অৱস্থা / আয়)

Ans: Income (আয়)


(q) A company ____ required to publish its accounts every year. (is / is not)

এটা কোম্পানীয়ে প্ৰতি বছৰে ইয়াৰ হিচাপসমূহ প্ৰকাশ কৰিব ____। (লাগে / নালাগে)

Ans: Is ( লাগে)


(r) Going concern concept ____ that the enterprise continues for a long period of time. (assumes / does not assume)

চলন্ত ব্যৱসায় ধাৰণাই প্রতিষ্ঠানখন এক দীৰ্ঘদিনৰ বাবে চলি থাকিব বুলি ____। (ধৰা হয় / ধৰা নহয়)

Ans: Assumes ( ধৰা হয়)


(s) Certain assumptions are ____ to prepare the financial statements ( necessary / not necessary)

বিত্তীয় প্রতিবেদনসমূহ প্ৰস্তুত কৰোঁতে কিছুমান ধাৰণা লোৱাটো ____। (প্রয়োজন / প্রয়োজন নহয়)

Ans: Necessary (প্রয়োজন)


(t) Share capital of a company is shown in the ____ side of the Balance Sheet. (assets / liabilities)

এটা কোম্পানীৰ অংশপত্ৰৰ মূলধন উদ্বৃত্তপত্ৰৰ ____ দিশত দেখুৱা হয়। (সম্পত্তি / দেনা)

Ans: Liabilitics (দেনা)


(u) The financial statements are prepared on the basis of ____ facts. (recorded / unrecorded)

বিত্তীয় প্রতিবেদনসমূহ ____ তথাৰ ভিত্তিত প্রস্তুত কৰা হয়। (লিপিবদ্ধ কৰা / লিপিবদ্ধ নকৰা)

Ans: Recorded ( লিপিবদ্ধ কৰা)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)










Type: Nabajyoti Bora