Chapter 2

আভ্যন্তৰীণ নিয়ন্ত্ৰন আৰু আভ্যন্তৰীণ প্ৰতিৰোধ

Internal Control and Internal Check

অনুশীলনী—

১) তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ কোৱা (False / True)

ক) আভ্যন্তৰীণ নিয়ন্ত্রণে প্ৰতাৰণা ধৰা পেলোৱা আৰু প্ৰতিৰোধত সহায় নকৰে। 

উত্তৰঃ অশুদ্ধ

খ) আভ্যন্তৰীণ প্ৰতিৰোধ আৰু আভ্যন্তৰীণ হিচাপ পৰীক্ষণ, আভ্যন্তৰীণ নিয়ন্ত্ৰণৰ অন্তৰ্ভুক্ত। 

উত্তৰঃ শুদ্ধ

গ) আভ্যন্তৰীণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ ধাৰাবাহিক পৰীক্ষাকৰণেই হৈছে আভ্যন্তৰীণ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াৰ মূল্যায়ন। 

উত্তৰঃ শুদ্ধ

ঘ) আভ্যন্তৰীণ নিয়ন্ত্ৰণৰ প্ৰশ্নাৱলী হিচাপ পৰীক্ষকে তৃতীয় পক্ষকো কৰিব পাৰে।

উত্তৰঃ অশুদ্ধ

ঙ) আভ্যন্তৰীণ নিয়ন্ত্ৰণৰ প্ৰশ্নাৱলীৰ নথিৰ মানসম্পন্ন ছপা কৰা নহ'লেও হয়। 

উত্তৰঃ অশুদ্ধ

চ) হিচাপ পৰীক্ষণৰ মানদণ্ড-৩২০ত হিচাপ পৰীক্ষকে সংৰক্ষণ কৰিবলগীয়া নথিপত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কত বিধান সন্নিৱিষ্ট কৰিছে। 

উত্তৰঃ শুদ্ধ

ছ) অডিট নোট বুকক অডিট মেমোৰেণ্ডা বুলিও জনা যায়। (শুদ্ধ) জ) অপর্যাপ্ত আৰু অযোগ্য সাক্ষ্যৰ ফলত হিচাপ পৰীক্ষণৰ বিপদাশংকউদ্ভৱ হ'ব পাৰে। 

উত্তৰঃ শুদ্ধ

ঝ) আভ্যন্তৰীণ নিয়ন্ত্ৰণ ব্যৱস্থাই পৰিচালনাৰ সিদ্ধান্ত গ্রহণ কার্যত সহায় নকৰে।

উত্তৰঃ অশুদ্ধ

ঞ) আভ্যন্তৰীণ হিচাপ পৰীক্ষণ বিশেষভাৱে প্ৰশিক্ষিত কৰ্মচাৰীৰ কাৰ্য নহয়।

উত্তৰঃ অশুদ্ধ

২। খালী ঠাই পূৰণ (Fill up the blanks) 

ক) আভ্যন্তৰীণ হিচাপ পৰীক্ষাৰ প্ৰতিবেদন ___________ ওচৰত দাখিল কৰা হয়। 

উত্তৰঃ পৰিচালনা Management

খ) কৰ্মচাৰীয়ে কৰিব পৰা ভুল-ভ্ৰান্তিৰ পৰিমাণ ______ ব্যৱস্থাই হ্রাস কৰিব পাৰে। 

উত্তৰঃ কম্পিউটাৰ চালিত তথ্য Computerised Information

গ) আভ্যন্তৰীণ হিচাপ পৰীক্ষা ______ কাৰ্য। 

উত্তৰঃ পৰিচালনাৰ

ঘ) আভ্যন্তৰীণ হিচাপ পৰীক্ষকজন ______ কৰ্মচাৰী। 

উত্তৰঃ সংগঠনৰ

ঙ) কেঁচা তথ্য উত্তৰঃব্যৱহাৰিক তথ্যলৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়াই হৈছে ______। 

উত্তৰঃ কম্পিউটাৰ তথ্য ব্যৱস্থা Computer InformationSystem

চ) ৰাজহুৱা কোম্পানীৰ হিচাপ পৰীক্ষণৰ ক্ষেত্ৰত সাধাৰণতে ______ সম্পাদন কৰা হয়। 

উত্তৰঃ নিয়ন্ত্ৰণ পৰীক্ষা Control Testing 

ছ) হিচাপ পৰীক্ষাকৰণৰ নথিভুক্তকৰণৰ ক্ষেত্ৰত ______ আধিপত্যই অত্যধিক। 

উত্তৰঃ হিচাপ পৰীক্ষকৰ Auditor

জ) আভ্যন্তৰীণ নিয়ন্ত্ৰণৰ প্ৰশ্নাৱলীৰ আৰ্হি হয় নহয় ______ নহয় আদি ধৰণৰ হয়। 

উত্তৰঃ প্রযোজ্য/Applicable

ঝ) আভ্যন্তৰীণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ ধাৰাবাহিক পৰীক্ষাকৰণক আভ্যন্তৰীণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ ______ বুলি জনা যায়। 

উত্তৰঃমূল্যায়ন Evaluation

ঞ) ______ হিচাপ পৰীক্ষা নিয়োগকৰ্তাৰ কৰ্মীৰ দ্বাৰা কৰা হয়। 

উত্তৰঃ আভ্যন্তৰীণ Internal (2015G.U)

ট) আভ্যন্তৰীণ হিচাপ পৰীক্ষাৰ প্ৰতিবেদন ______ ওচৰত দাখিল কৰা হয়। (পৰিচালনাৰ মুখ্য ব্যক্তি বা মালিক Chief of Management ......... 

উত্তৰঃ 2015G.U

৩) দীর্ঘ প্রশ্ন (Long Question)

ক) আভ্যন্তৰীণ নিয়ন্ত্ৰণৰ অৰ্থ দিয়া। ইয়াৰ উদ্দেশ্য চমুকৈ উল্লেখ কৰা। What is Internal Control? Write shortly the objectives of Internal Control. (2014 G.U.)

উত্তৰঃ

খ) আভ্যন্তৰীণ নিয়ন্ত্ৰণৰ উপাদানসমূহ চমুকৈ বিশ্লেষণ কৰা। Elaborate briefly the elements of Internal Control.

উত্তৰঃ

গ) আভ্যন্তৰীণ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াই প্ৰদান কৰা সুবিধা আৰু অসুবিধাসমূহ লিখা।

Write the advantage and limitations of Internal Control System.

উত্তৰঃ

ঘ) আভ্যন্তৰীণ নিয়ন্ত্রণ পদ্ধতিৰ মূল্যায়ন মানে কি? এই ক্ষেত্ৰত ব্যৱসায়ৰ বৃত্তিধাৰী হিচাপ পৰীক্ষকৰ কমিটীয়ে আগবঢ়োৱা নীতিসমূহ উল্লেখ কৰা ।

What do you mean by evaluation of Internal Control System. In this regard mention the principles forwarded by professional accounts in business Committee.

উত্তৰঃ

ঙ) হিচাপ নিয়ন্ত্ৰণৰ প্ৰশ্নাৱলীৰ বৈশিষ্ট্য আৰু উদ্দেশ্যসমূহ চমুকৈ উল্লেখ কৰা।

Mention shortly the features and objectives of Internal Control Questionnaire

উত্তৰঃ

চ) আভ্যন্তৰীণ প্ৰতিৰোধ বুলিলে কি বুজা? আভ্যন্তৰীণ প্ৰতিৰোধৰ সুবিধাসমূহ আলোচনা কৰা।

What is meant by Internal Check? Discuss the advantages of Internal Check.

উত্তৰঃ

ছ) আভ্যন্তৰীণ প্ৰতিৰোধৰ ধাৰণা দিয়া। আভ্যন্তৰীণ প্ৰতিৰোধৰ উদ্দেশ্য আৰু লক্ষ্যসমূহ কি কি লিখা।

Give the concept of Internal Check. What are the objectives and aim of Internal Check.

উত্তৰঃ

জ) সুস্থ আভ্যন্তৰীণ প্ৰতিৰোধ ব্যৱস্থাৰ উপাদানসমূহ ব্যাখ্যা কৰা।

Discuss the element of a sound internal check system.

উত্তৰঃ

ঝ) আভ্যন্তৰীণ প্ৰতিৰোধ ব্যৱস্থাই প্ৰদান কৰা সুবিধাসমূহ লিখা। 

Write briefly the advantages offered by internal check.

উত্তৰঃ

ঞ) আভ্যন্তৰীণ প্ৰতিৰোধৰ সীমাবদ্ধতা উল্লেখ কৰি আভ্যন্তৰীণ নিয়ন্ত্ৰণৰ লগত থকা ইয়াৰ প্ৰভেদসমূহ লিখা।

Write the limitation of internal check. In this regard also mention the difference between it and internal control.

উত্তৰঃ

ট) এখন ব্যৱসায় প্ৰতিষ্ঠানৰ নগদ প্রাপ্তি বিষয়ক আভ্যন্তৰীণ প্ৰতিৰোধ ব্যৱস্থা ব্যাখ্যা কৰা। 

Discuss the internal system as regards cash receipts of a business. (2014 G. U.ৰ 5 নং প্রশ্নৰ or/অথবা)

উত্তৰঃ

ঠ) তলত দিয়া লেনদেন সমূহৰ আভ্যন্তৰীণ প্ৰতিৰোধ সম্পৰ্কীয় লেনদেনসমূহ লিখা—

(১) নগদ পৰিশোধ 

(২) ক্রয় কার্য।

Discuss the Internal Check System as regards: 

(1) Cash Payment 

(2) Purchasing

উত্তৰঃ 

 ড) তলত দিয়া বিষয়ৰ ওপৰত নোট প্ৰস্তুত কৰা—

১) হিচাপ পৰীক্ষাৰ কাৰ্যকৰী পত্ৰ

২) হিচাপ পৰীক্ষাৰ নোট বুক। 

Write short notes on the following:

(i) Audit Working Paper 

(ii) Note Book (2013 G.U.ৰ 6 নং প্রশ্নৰ or/ অথবা)

উত্তৰঃ

ঢ) হিচাপ পৰীক্ষাৰ নথিৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।

Explain in brief the different types of audit documents.

(2015 G.U.ৰ 5 নং প্রশ্নৰ or/ অথবা)

উত্তৰঃ

ণ) হিচাপ পৰীক্ষণত কম্পিউটাৰ চালিত তথ্য ব্যৱহাৰ প্ৰভাৱ কেনেদৰে পৰে বৰ্ণনা কৰা।

Discuss the impact of Computer Information System on Auditing.

উত্তৰঃ

ত) আভ্যন্তৰীণ হিচাপ পৰীক্ষাৰ ধাৰণা দিয়া। আভ্যন্তৰীণ হিচাপ পৰীক্ষাৰ উদ্দেশ্য সমূহ কি কি?

Give the concept of Internal Audit. What are the objectives of Internal Audit.

উত্তৰঃ

থ) আভ্যন্তৰীণ হিচাপ পৰীক্ষা বুলিলে কি বুজা। আভ্যন্তৰীণ হিচাপ পৰীক্ষাৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা।

What do you mean by Internal Audit? Shortly write the features of it.

উত্তৰঃ

দ) আভ্যন্তৰীণ হিচাপ পৰীক্ষাৰ সুবিধা আৰু সীমাবদ্ধতাসমূহক বর্ণনা কৰা।

Discuss the advantages and limitation of Internal Audit.

উত্তৰঃ

ধ) আভ্যন্তৰীণ হিচাপ পৰীক্ষাৰ পৰিধি সংক্ষেপে লিখা। আভ্যন্তৰীণ হিচাপ পৰীক্ষা আৰু আভ্যন্তৰীণ প্ৰতিৰোধৰ মাজৰ পাৰ্থক্য লিখা। 

Write shortly the scope of Internal Audit. Distinguish between Internal Check and Internal Audit.

উত্তৰঃ


Question Type - Ishan Dev Bora..............






Post ID :DABP005173