অধ্যয় ৩

নৱপ্ৰস্তৰ যুগঃ শিলৰ সঁজুলি, প্ৰযুক্তি, সংস্কৃতি আৰু জটিল চিকাৰী সমাজ (Neolithic Age: Stone Tools, Technology, Culture and a complex Hunting Society) |

আৰ্হি প্ৰশ্নাৱলী (Model Questions)  

ৰচনাধৰ্মী প্রশ্নোত্তৰ (প্ৰতিটোত ১২ নম্বৰকৈ) :  

১। নৱপ্ৰস্তৰ যুগত ব্যৱহাৰ হোৱা শিলৰ সঁজুলিৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ  

২। নৱপ্ৰস্তৰ যুগত জীৱ-জন্তু আৰু খাদ্য-শস্য ঘৰচীয়াকৰণৰ প্ৰক্ৰিয়াটোৰ বিষয়ে লিখা। 

উত্তৰঃ 

৩৷ নৱপ্ৰস্তৰ যুগত ব্যৱহাৰ হোৱা কৃষি ক্ষেত্ৰ আৰু সঁজুলিৰ বিশ্লেষণ কৰা। 

উত্তৰঃ

৪। ইউৰোপত গঢ় লৈ উঠা নৱপ্ৰক্তৰ সংস্কৃতিসমূহৰ বিষয়ে বহলাই লিখা। 

উত্তৰঃ 

৫। পোৰামাটিৰ পাত্রভিত্তিক নৱপ্ৰস্তৰ যুগৰ শ্ৰেণীবিভাজন কেনে ধৰণৰ ?  

উত্তৰঃ

৬। মানৱ সমাজত কৃষিৰ আৰম্ভণি কেনেদৰে হৈছিল বৰ্ণনা কৰা । 

উত্তৰঃ

৭। ইউৰোপ মহাদেশত নৱপ্ৰস্তৰ সংস্কৃতি বিস্তাৰৰ বিষয়ে বহলাই লিখা । 

উত্তৰঃ 

৮৷ আফ্ৰিকাৰ নৱপ্ৰস্তৰ সংস্কৃতিৰ বিষয়ে বিশদভাৱে লিখা।  

উত্তৰঃ

৯৷ ‘সাৰুৱা কাঁচিজোন’ অঞ্চল বুলিলে কোন কোন অঞ্চলক বুজায়? এই বৃহত্তৰ অঞ্চলত নৱপ্ৰস্তৰ যুগৰ কৃষি সংস্কৃতি বিস্তাৰৰ কাৰণসমূহ কি কি?

উত্তৰঃ

চমুটোকা লিখা (প্রতিটোত ৪ নম্বৰকৈ) ঃ  

১। নৱপ্ৰস্তৰ বিপ্লৱ।  

উত্তৰঃ

২। বনৰীয়া শস্যৰ ঘৰচীয়াকৰণ।  

উত্তৰঃ

৩। প্রস্তৰ যুগত পোৰামাটিৰ সামগ্ৰীৰ আৱিষ্কাৰ।  

উত্তৰঃ

৪। মেৰিমদে সংস্কৃতি।

উত্তৰঃ  

৫। দাদুরিয়ান সংস্কৃতি।

উত্তৰঃ  

৬। ‘সাৰুৱা কাঁচিজোন’ অঞ্চল।

উত্তৰঃ  

৭ । ভাৰত উপ-মহাদেশত নৱপ্ৰস্তৰ সংস্কৃতিৰ চিহ্নসমূহ।

উত্তৰঃ




Question Type- Bhabesh Bora




Post ID : DABP004423