Chapter: 2

The Thief’s Story 


1. Who does ‘I’ refer to in this story?

কাহিনীটোত কাক ‘মই’  বুলি সূচাইছে?

Answer- In this story. ‘I’ refers to the narrator Hari Sing a 15 years old thief.

কাহিনীটোত ‘মই’ বুলি বক্তা হৰি সিঙ এটা ১৫ বছৰীয়া চোৰক সূচাইছে।


2. What is “a successful hand at?

তেওঁৰ কি কামত হাজ পাকৈত আছিল?

Answer- He is a fairly successful hand at stealing he is an experienced   thief.

তেওঁৰ হাত চুৰি কাৰ্য্যত পাকৈত আছিল তেওঁ যথেষ্ট অভিজ্ঞতাপূৰ্ণ চুৰ আছিল।


3. What does he get from Anil in return for his work?

সি কাম কৰি দিয়াৰ পৰিৱৰ্তে অনিলৰ পৰা কি লাভ কৰিছিল?

Answer-  For his work, Anil gives him food and shelter to live in.

তাৰ কামৰ বাবদ অনিলে তাক খাদ্য় আৰু থাকিবলৈ ঠাই দিছিল।


4. How does the thief think Anil will react to the thief?

চুৰটোৱে কি ভাৱিছিল যে অনিলে তাৰ চুৰি কাৰ্য্যৰ কথা জানি কি প্ৰতিক্ৰিয়া দিব?

Answer- The thief knows about Anil’s compassionate nature. He believed that Anil would become sad not because of the loss of money but because of the loss of trust he had in Hari.

চুৰটোৱে অনিলৰ দয়ালু স্বভাৱৰ বিষয়ে জ্ঞাত আছিল।সি বিশ্বাস কৰিছিল যে অনিলে পইচা হেৰুৱাৰ পৰিৱৰ্তে হৰিসিঙৰ ওপৰত থকা তাৰ বিশ্বাস ভঙাৰ বাবেহে দুখ প্ৰকাশ কৰিব।


 5. What does he say about the different reactions of people when they are robbed?

সি বিভিন্ন মানুহে চুৰি কাৰ্য্যৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বুলি কৈছিল?

Answer- From his experience as a thief, Hari Sing becomes aware of different reactions of people after being robbed. According to him, greedy people become fearful, the rich people shows anger and poor people accepts the situation.

নিজ অভিজ্ঞতাৰ জৰিয়তে অনিলে ডকাইতি হোৱাৰ পাছত মানুহৰ প্ৰতিক্ৰিয়া কেনে হগয় অনুমান কৰিব পাৰিছিল। তাৰ মতে লুভীয়া মানুহে ডকাইতি হোৱাৰ পাছত ভয় কৰে, ধনী মানুহে খং প্ৰকাশ কৰে আৰু দুখীয়া মানুহে পৰিস্থিতিটো মানি লয়।


6. Does Anil realise that he has been robbed?

অনিলে তাৰ পইচা চুৰ হল বুলি উপলদ্ধি কৰিছিল নে?

Answer- Yes, Anil realises that he had been robbed by Hari Sing, a he gives a fifty rope note to him which was still owe to the night rain.

হয়, অনিলে জানিব পাৰিছিল যে হৰি সিঙে তাৰ পইচা চুৰ কৰিছিল কিয়নো সি অনিলে যেতিয়া পঞ্চাশ টকা দিছিল যোৱা নিশা বৰষুণত তিতা আছিল।



7. What are Hari Singh’s reactions at the prospect of receiving an education? Do they change over time? What makes him return to Anil?    

শিক্ষা আহৰণৰ ক্ষেত্ৰত হৰি সিঙ ধাৰণা কেনেধৰণৰ আছিলসময়ৰ লগত সেই ধাৰণা সলনি হৈছিল নেকি?

Answer- Hari Singh felt happy at the prospect of receiving an education from Anil. Because he knew that education can provide him a secured future with his quality. He believed that learning of writing would help him to achieve anything. But when he Anil’s house, he realised that stealing was simply a crime to indulge himself but being educated was an entirely different thing. He knew that only education can give him respect, reputation and possibilities to become successful. Thus his urge to  receive education compelled him to return to Anil.

হৰি সিঙে অনিলৰ পৰা শিক্ষা লাভ কৰা  কথা জনাৰ পাছত সুখ অনুভৱ কৰিছিল।কিয়নো সি জানিছিল যে শিক্ষাই তাৰ ভৱিষ্যত সুৰক্ষিত কৰিব। সি বিশ্বাস কৰিছিল যে লিখা পঢ়া শিকি যিকোনো ইচ্ছা পূৰণ কৰিব। অিলৰ ঘৰৰ পৰা ওলাই যোৱা পাছত সি উপলদগ্ধি কৰিছিল যে চুৰ কৰাতো এক অপৰাধ আৰু শিক্ষিত হোৱাতো অন্য়তম ভাল লগা কথা। কিয়নো শিক্ষাৰ জৰিয়তে সি ভাল মানুহ হব পাৰিব।সেইবাবে সি চুৰি কাৰ্য্য ত্যাগ কৰি অনিলৰ ওচৰলৈ ঘূৰি গৈছিল।


 8. Why does Anil not hand the thief over to the police? Do you think most people would have done so? In What ways in Anil different from such employers?

অনিলে চুৰটোক কিয় পুলিচৰ হাতত গটাই দিয়া নাছিল? তুমি কি ভাবা প্ৰায়ভাগ মানুহেই এনেকুৱা কৰেবাকী মালিকসকলতকৈ অনিল কি কাৰণে পৃথক?

Answer- Anil does not hand the thief over to the police because he feels good that Hari had realised his mistake and the importance of education in life. Anil knows that this realization will help Hari Singh to become a good and respectable person.

   It is not easy to find person like Anil who favours a thief after found of stealing a thing. Anil is very understanding Hari’s return gave him the hope of a change in him.

অনিলে চুৰটোক পুলিচৰ হাতত গটাই দিয়া নাছিল, কাৰণ সি উপলদ্ধি কৰিছিল যে হৰিয়ে নিজৰ ভূল বুজি উঠাৰ লগতে জীৱনত শিক্ষাৰ মূল্য বুজি উঠিছিল। অনিলে জানিছিল যে এইধৰণৰ উপলদ্ধিয়ে হৰিক ভাল মানুহ হোৱাত সহায় কৰিব।

  বৰ্তমান সময়ত অনিলৰ দৰে মানুহ বিচাৰি পোৱাতো কঠিন যিয়ে চুৰটোক ধৰি অনাৰ পাছতো পুলিচৰ হাতত গটাই দিয়া নাছিল।সি দয়ালু মনৰ আছিল যিয়ে বিশ্বাস কৰিছিল যে হৰি সিঙৰ উপলদ্ধিয়ে তাক ভাল মানুহ হোৱাত সহায় কৰিব।


9. Do You think people like Anil & Hari Singh are found only in fiction or are their such people in real life?

তুমি ভাবা নেকি যে অনিল আৰু হৰি সিঙৰ  দৰে মানুহ কেৱল কাহিনীৰ মাজতে বিচৈাৰি পোৱা যায় নে বাস্তৱ জীৱনতো তেনেকুৱা মানুহ থাকে?

Answer- In today’s world, it is very hard to find people like Anil & Hari Singh. Anil was such a compassionate and consider ate person who was concerned about Hari’s better life & education. Also Hari was a kind of thief who realized his fault & understood the fact that education could give him opportunity to have a respectable life. People like these are imaginary in today’s world.

বৰ্তমান পৃথিৱীত অনিলৰ দৰে বুজনশীল আৰু সহনশীল মানুহ বিচাৰি পোৱাতো কঠিন। অনিলে হৰি সিঙৰ কথা চিন্তা কৰিছিল আৰু তাৰ ভালৰ বাবে সদায় তাক ভাল কথা শিকাইছিল আৰু শিক্ষা প্ৰদান কৰিছিল।ঠিক তেনেদৰে হৰি সিঙেও নিজৰ ভূল উপলদ্ধি কৰিছিল আৰু ভাল মানুহ হবৰ বাবে শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা বুজি উঠিছিল আৰু অনিলৰ ওচৰলৈ ঘূৰি গৈছিল।


10. Anil is a struggling writer? This explain his behaviour in only way.

তুমি ভাবানে কাহিনীটোত অনিলক লিখন হিচাপে দৰ্শোৱা হৈছে?

Answer- Yes Anil is a struggling writer & it is clearly visible through the signification details of the story. He leads a simple life who spend money according to his pocket at all time. He earns his money with fits and starts. Sometimes he receives a large amount of money through his article writing & sometimes he is in trouble with the tension of the next payment. Hari’s observation about the discontinuation in his work behave regarding money.

   হয় অনিল এজন লিখক আছিল যি যথেষ্ট কষ্ট কৰিছিল এই কথা কাহিনীটোৰ পৰা ধৰিব পৰা গৈছি্ল।সি অত্যন্ত সাধাৰণ জীৱন যাপন কৰিছিল আৰু নিজ সামৰ্থ অনুসৰি পইচা খৰছ কৰিছিল।সি মাজে সময়ে যথেষ্ট পইচা লাভ কৰিছিল যদিও মাজে সময়ে পইচাৰ অভাৱত সমস্য়াৰ সন্মুখীন হৈছি্ল।হৰি সিঙৰ অনিলক লৈ কৰা পৰ্যবেক্ষণে অনিলৰ বিষয়ে জনাত সহায় কৰিছিল।    

Type: Sri Chinmay Kakati.

Angamitta Dutta

M.A In English.

-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------