UNIT-3 

পুঁজিপতি উদ্যোগীকৰণ

Capitalist Industrialization 

প্ৰশ্নাৱলী


অতি চমু প্রশ্ন (Very Brief Questions ) :  

১। উদ্যোগ বিপ্লৱৰ পূৰ্বে শক্তিৰ প্ৰধান উৎস কি আছিল? 

What were the main source of energy at the pre-industrial period?

উত্তৰঃ  

২। ‘পুঁজিপতিসকল’ কোন? 

Who are the  Capitalist?

উত্তৰঃ 

৩। পুঁজিবাদৰ মূল লক্ষ্য কি?  

What is the main aim of the Capitalism?

উত্তৰঃ 

৪। ইংলেণ্ড বনাম ৰাছিয়া বা আন কিছুমান ইউৰোপীয় দেশত সংঘটিত হোৱা উদ্যোগ বিপ্লৱৰ মূল পার্থক্য কি আছিল? 

What was the basic difference in the 'Industrial Revolution developed in the England versus the Russia or other European countries?

উত্তৰঃ  

৫। ১৮ শতিকাৰ শেষ ভাগত ইংলেণ্ড আৰু ফ্ৰেন্সৰ আৰ্থিক অৱস্থা একে আছিল যদি ইংলেণ্ডে কিয় উদ্যোগ বিপ্লৱত আগবাঢ়ি গৈছিল? 

Though economic condition of France and England were similar in the second half 18th century, yet the England progeesed in the Industrial revolution faster than France, why?

উত্তৰঃ  

৬। বৃটিছ কৃষি বিপ্লৱ’ কি?  

What is the "British Agricultural Revolution"?

উত্তৰঃ 

৭। ১৮ শতিকাত আন ইউৰোপীয় দেশৰ তুলনাত জার্মান অর্থনীতি স্থৱিৰ কিয় আছিল?  

Why the German economy was static in comparison with other countries of Europe in 18th century?

উত্তৰঃ  

৮। কিমান চনত ইংলেণ্ডে সেই দেশৰ যন্ত্রপাতি আৰু সা-সৰঞ্জাম বিদেশলৈ ৰপ্তানি কৰাৰ অনুমতি দিছিল?

In which year England allowed to exports her machineries and tools to foreign lands?

উত্তৰঃ  

৯। ‘জলভোৰইন’ কি?  

What is the 'Zolleverein"?

উত্তৰঃ  

১০। আকৃতিত ইউৰোপৰ ভিতৰত ডাঙৰ দেশখনৰ নাম লিখা।

Name the largest country of the Europe.

উত্তৰঃ  

১১। ৰাছিয়াৰ কোনগৰাকী মহাৰাণী জাৰিণাই কৃষিখণ্ডলৈ বিত্তীয় সাহায্য আগবঢ়াইছিল ?  

Name the Russia Czarina who extended financial assistant to the agricultural sector.

উত্তৰঃ   

চমু প্রশ্ন (Brief Questions ) :  

১। ১৯ শতিকাৰ প্ৰথম ভাগত ইউৰোপৰ সকলো দেশতে কিয় উদ্যোগ বিপ্লৱে ঠন ধৰি উঠিছিল? 

Why the industrial revolution grown up in all the regions of  Europe during the first half 19th Century?

উত্তৰঃ  

২। ‘মেটাৰনিক যুগ’ৰ কেনেকৈ আৰম্ভ হৈছিল? 

How the "Age of Metternich"begun?

উত্তৰঃ  

৩। পুঁজিবাদ মানে কি বুজা? 

What is the capitalism?

উত্তৰঃ  

৪। কোনে, কেতিয়া ‘বেংক অৱ ইংলেণ্ড’ প্রতিষ্ঠা কৰে?  

Who and when the bank of England was established?

উত্তৰঃ 

 চমুটোকা (Short notes) :  

১। বৃটিছ কৃষি বিপ্লৱ  

The British Agricultural Revolution.

উত্তৰঃ  

২। পুঁজিপতি উন্নয়নৰ প্ৰভাৱত ইউৰোপৰ অৰ্থ-সামাজিক অৱস্থা 

Socio-economic effects of capitalist development in Europe.

উত্তৰঃ

৩। পুঁজিপতি উন্নয়নৰ প্ৰভাৱত জার্মান অঞ্চলৰ ৰাজনীতি 

Political effects of capitalist development in the German Region

উত্তৰঃ 

৪। ৰাছিয়াৰ উদ্যোগ বিপ্লৱ আৰু ইয়াৰ অৰ্থনীতিত প্ৰভাৱ  

The Russian Industrial Revolution and its impact on the economy.

উত্তৰঃ  

ৰচনাধৰ্মী প্রশ্ন (Essay type Questions ) :  

১। পুঁজিবাদ কি? ইংলেণ্ডৰ উদ্যোগক্ষেত্ৰত পুঁজিপতি পদ্ধতি প্রয়োগৰ প্ৰভাৱ কি আছিল?  

What is the capitalism? How the capitalist development effected in the industries of England.

উত্তৰঃ   

২। পুঁজিপতি উন্নয়নে ফ্ৰেন্সৰ উদ্যোগ আৰু কৃষিক্ষেত্ৰত কেনে প্ৰভাৱ পেলাইছিল আলোচনা কৰা।  

How the capitalism development in France effected the industries and agriculture- Discuss.

উত্তৰঃ 

৩। পুঁজিপতি উন্নয়নে জার্মান অঞ্চলসমূহৰ উদ্যোগ আৰু কৃষিক্ষেত্ৰত কেনে  প্ৰভাৱ পেলাইছিল আলোচনা কৰা। 

How the capitalism development in the German Region  effected the industries and agriculture-Discuss.

উত্তৰঃ  

৪। কুৰি শতিকাত ৰাছিয়া কেনেকৈ কৃষিক্ষেত্ৰত এখন অত্যন্ত আগবঢ়া দেশৰূপে পৰিগণিত হৈছিল ব্যাখ্যা কৰা।  

How Russia emerged into one of the most advanced country in the agriculture sector in the 20th century- Explain.

উত্তৰঃ  

৫। উদ্যোগীকৰণ আৰু পুঁজিবাদৰ উত্থানে ইউৰোপৰ সমাজ জীৱন আৰু কৃষিখণ্ডত কেনেকুৱা পৰিৱৰ্তন আনিছিল। ইয়াৰ ফলাফল কি আছিল? 

What types of transformation were broughts in the social life and agriculture sector in Europe due to the industrialisation and rise of capitalist economy. What was it's effects.

উত্তৰঃ


Type: Krishna Bora