সোণাৰ বৰণ পাখি ৰে
সোণাৰ বৰণ পাখি ৰে.....
সোণাৰ বৰণ পাখিৰে তোৰ
হেঙুল বৰণ আখি
দেশেৰ পাখি বিদেশ গেল'
মোকে দিয়া ফাকি....
সোণাৰ বৰণ অৰে পাখি....
বাচ্ছা হাতে পুষিলাম যে পাখি
দুধ-ভাত দিয়া
যাবৰ কালে গেল' পাখি
মোকে ছেল' দিয়া ৰে
সোণাৰ বৰণ অ'ৰে পাখি ৰে....
চাউল দিলং দাইলৰে দিলং
ৰান্ধি-বাঢ়ি খাই অ'
আমাৰ হৃদয় অপাৰন্ত মাঝে
শুইয়া নিদ্ৰা যায় ৰে
অ'ৰে সোণাৰ বৰণ অ'ৰে পাখি ৰে.....।।