শ্যাম কালিয়া ৰে  

শ্যাম কালিয়া ৰে,  

যাইও যাইও কালা আগুনেৰ ছলে।  

নিধুৱা পাথাৰে বাড়ি 

একা থাকং কালা যুৱতী নাৰী।  

তোৰ কালাৰ সেমন মৈষৰ বাড়ী, 

মুই হনু তেমন চিঠুল আড়ী।  

তোৰ কালাৰ যেমন যোৰা ভুৰু, 

মোৰ নাৰীৰ তেমন কথৰ সৰু।  

মোৰ কালাৰ যেমন টেৰিয়া সীতা  

মোৰ নাৰীৰ তেমন কথৰ সৰু  

মোৰ নাৰীৰ তেমন ঢালুৱা খোপা।  

তোৰ কালাৰ যেমন মুখেৰ হাঁসি 

মোৰ নাৰীৰ তেমন দাঁতেৰ নিশি।