নাম আছে ঠালি ভৰি

নাম আছে ঠালি ভৰি ঐ মোৰ ভকত আছে বহি

 আৰ নয়ল হৰিৰ নাম পাপে আছে বেৰী।।

আত্মা ৰূপে আছে হৰি ও
ঔ মোৰ দেহাৰ মাজতে
বিচাৰ কৰি চোৱা মনাই সাধুৰ সংগত।।

হৰিক ভোজা হৰিক চিন্তা হৰি কৰা সাৰ 
হৰিৰ বিনে ভৱ সংসাৰ

সকলো অসাৰ।।