অর্জুনে বলন্ত ও প্রাণৰ সখী
অর্জুনে বলন্ত ও প্রাণ সখী
গোকুলে আছিলা তুমি
একেলগে আছিলো সখী বুলি মাতিছিলো
কৃষ্ণ বুলি নাজানিলো আমি
এ হৰি এ অনন্ত শয্যাৰে কথা।
নাহি আদি অন্ত।
চন্দ্ৰ সূর্য গ্রহ তৰা তোমাৰহে অংগ
তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ
চৰা চৰ জগতৰ তুমি ঈশ্বৰ
য'ত জীৱ তৰু তৃণ সবে তোমাৰ মায়া
সবাকো ৰাখিছা তুমি পদ ছায়া ।