ঢাক বাজেয়া নাচত ঢাকুয়া...  

ঢাক বাজেয়া  নাচত ঢাকুয়া  

ভাল কৰিয়া নাচ।  

তুমাৰ ঢাকেৰ  বাজনা শুনিয়া সগাই  

পাৰা পৰসী নাচে ৰে।।  

তুমাৰ নাচন  দেখিয়া সগাই  

কাঞ্চন কন্যা নাচে ৰে।  

কাঞ্চন কন্যাৰ  পায়েৰ ঘুঙ্গুৰ  

ৰুমঝুম কৰিয়া বাজে ৰে।।  

নাচিতে নাচিতে  কাঞ্চন কন্যাৰ  

ঘুঙ্গুৰ খুলিয়া পৰিল ৰে।  

কাঞ্চন কন্যাৰ  ঘুঙ্গুৰ খুলিতে  

লাজতে বসিয়া পৰিল ৰে।।  

নাচিতে নাচিতে  কাঞ্চন কন্যাৰ  

নাকেৰ নোলক পৰিল ৰে।  

কাঞ্চন কন্যা  বসিয়া পৰিয়া  

চৰমে ঢাকুয়াক তাকায় ৰে।।