ভাল কৰিয়া বাজান বে দোতৰা

ভাল কৰিয়া বাজান বে দোতৰা 

কমলা সুন্দৰী নাচে। 

কমলা সুন্দৰীৰ নাচন দেখিয়া 

হালুবায় হাল ছাড়ে ৰে। 

ভাল কৰিয়া বাজান বে দোতৰা....  


কমলা সুন্দৰীৰ পেন্দনেৰ শাড়ী 

ৰৌদে ঝলমল কৰে ৰে। 

নাচিতে নাচিতে কমলা সুন্দৰী 

হালিয়া হালিয়া পৰে ৰে। 

ভাল কৰিয়া বাজান বে দোতৰা.....  

কমলা সুন্দৰীৰ নাচন দেখিয়া 

বান্ধনি ৰান্ধন ছাড়ে ৰে। 

কমলা সুন্দৰীৰ সীতাৰ সেন্দুৰ  

ঝলমল ঝলমল কৰে।  


কমলা সুন্দৰীৰ পায়েৰ নেম্পূৰ 

হাটিয়া যাইতে বাজে ৰে। 

ভাল কৰিয়া বাজান ৰে দোতৰা 

কমলা সুন্দৰী নাচে।