নাযাইও সই হে....  


নাযাইও নাযাইও নাযাইও সই হে 

ঐ না যমুনাৰ জলে। 

যে ঘাটে ভৰিবো আৰো জল  

সেই ঘাটে কানাইয়া সই 

কদম গাছে হেলানি বে দিয়া 

কালা বাজায় মোহন বাঁশী, সই... 

কানাইয়া পাতাইছে হেৰো ফান্দ  

ঐ সুন্দৰীৰ কাৰণে, সই... 

বাৰ মাসে তেৰ ফুল ফোটে 

বছৰে ফোটে হোলা, সই.... 

পদেৰ পদ আৰো দিয়া 

বাজায় মোহন বাঁশী, সই... 

বিনি সূতাৰ গাঁথে হেৰো মালা 

দিবে শ্যামৰ গলায়, সই...  

নন্দেৰ বেটা চিকন আৰো কালা 

কালা ঘটাইল বিষম জালা, সই... 

না যাইও যমুনাৰ জলে।