ওহে মনভাই ও... হৰিনামে কাণ ৰাখা...


দিহা : ওহে মনভাই ও
হবিনামে কাণ রাখা
মনুষ্য শৰীৰ
কালৰ অধীন
দেহাকে নকৰা আশা ।।
কতনো ভ্ৰমিলো
ই দুটি চৰণে পদ
মনুষ্য জনম ধৰি।
তথাপি নাজানে
মৰণৰ ঠাই
জানে একমাত্র হবি।।
ই দুটি চক্ষুরে
ব্রহ্মাণ্ড দেখিলে
গ্রহ, তৰা, ৰবি ঘুবে।
তথাপি নেদেখি
ব্ৰহ্মাণ্ডৰ কথা
কালৰ বন্ধন
হৰিহে সন্ধান কৰে।।
জানিলো বুজিলো
শুনিলো দুৰ্ণ ভবি।
আহি কোন ক্ষণে
তথাপি নুশুনে যমদূতে নিয়ে ধৰি।।
খেৰ খুটা কামী
হৰি নামৰ আনি
বান্ধা সিপাৰৰ ঘৰ।
মৰণৰ বেলা
ৰাম নাম মুখে
আপুনি আসে সত্ত্বৰ।।