দয়াৰ সাগৰ প্ৰভু কৰুণাময়
দিহা: দয়াৰ সাগৰ প্ৰভু কৰুণা ময়।
কৰা দয়া হে প্ৰবু তুমি দয়া ময়।।
পদ:নাজানোহো পূজাৰ মন্ত্ৰ নাজানোহো স্তুতি।
তোমাকেহে জনো প্ৰভু হে যদুপৰি।।
মায়াৰ সাগৰ মাজে ৰয়া আছো পৰি।
উদ্দাৰিয়া নিয়া মোকে তুমি শ্ৰীহৰি।।
যত জীৱ তৰু তৃণ সৱে তোমাৰ মায়া।।
সবকে ৰাখিছা তুমি দিয়া পদ ছায়া।।
তোমাৰেহে পদ তলে ৰাকা মোক হৰি।
জনমে জনমে প্ৰবু লোৱা দাস কৰি।