বন্ধু হাসিয়া কথা কও
ও বন্ধু হাসিয়া কথা কও
তোমাৰ হাসি দেখাবাৰ লাগি-
পৰাণ কান্দে মোৰ বন্ধু ৰে।।
কদম গাছেৰ ছায়া যেমন
মোৰ বন্ধুৰ মায়া তেমন
ও বন্ধু........................ বন্ধু ৰে।।
যদি বন্ধু যাবাৰ চাও
নিশুৰ কথা কয়া যাও ৰে
ও বন্ধু........................... বন্ধু ৰে ৷৷
না যাইও না যাইও বন্ধু
আমাৰে ছাড়িয়া বন্ধু
ও বন্ধু........................ বন্ধু ৰে ৷৷
বন্ধু তোমাৰ মনেৰ কথা
আমাৰ কাছে কয়া যাও
ও বন্ধু......................বন্ধু ৰে।।