নদী না যাইও ৰে বৈদ...  


নদী না যাইও ৰে বৈদ, নদী না যাইও,  

নদীৰ ঘোলা ৰে ঘোলা পানী, 

নদীৰ বদলে বাড়িতে সিনান কৰ ৰে,  

মুই নাৰী তুলিয়া ৰে দিবো পানী।  

একলোটা তুলিয়া ৰে আৰু লোটা তুলিতে ৰে  

বৈদ, খসিয়া পৰিল মোৰ গলাৰ চন্দ্ৰমালা। 

বাপ  নাই যো আসিবে, মাও নাই মোৰ কান্দিবে ৰে,  

ভাই নাই ৰে তুলিয়া দিবে মালা।  

নদীৰ পাৰে পাৰে বৈদ, ৰাজহংসা পঙ্খী পৰে ৰে  

ৰাজহংসাৰ গলায় ৰে মোতিৰ মালা,  

ৰাজহংসাৰ কান্দনে ৰে বাড়ি ঘৰ মোৰ নালয় মনে 

সদায় থাকং মুই পন্থেৰ দিকে চায়া।