মহাদেৱ আহিছে

মহাদেৱ আহিছে ডম্বৰ বজাইছে 

 হৰি ভিক্ষানো মাগিছা কি,

আৰ ভিক্ষা মই মাগা নাই

হেমৱন্ত ৰজা মাগিছো তোমাৰ জি এ।


 হৰি  নিবলৈ আহিছা

প্ৰাণৰে পাৰ্বতী,

তোমাৰ বা জাতি কুল কি

পাপ আৰ জগতৰে গুৰু মোৰ নাম শংকৰ 

পৰাণ দিয়া তোমাৰ জি 


 হৰি  মাথাৰ ওপৰে

সৰ্পই গৰজিলে জাত গুণাচ

পার্বতী বোলে মোক খাই

আৰ মহাদেৱে বোলে নাখাই  পার্বতী

তাহাৰ আছে উপায়