বাৰো মাসে তেৰ ফুল ফোটে


বাৰো মাসে তেৰ ফুল ফোটে 
বছৰে ফোটে হলা চৈ নামাইও
যমুনা জলে।

তোমৰা নায়াইও নাযাইও
নাযাইও চৈৰে ঐনা যমুনাৰ জলে।।
যে ঘাটে ভৰিবো আৰও জল সেই ঘাটে
কানাই আসৈ কালা বিহিলে কি বিষম 
জ্বালা চৈ নাযাইও যমুনা জলে।
নাযাও মুনা জলে।
নন্দেৰ বেটা চিকনেৰ কালা
নাযাইও যমুনা জলে।
কদম গাছে হেলনীৰে দিয়া
কালা বাজাই মোহন বাঁশী চৈ