কাঞ্চন কন্যা কাঞ্চন কন্যা  

কাঞ্চন কন্যা  কাঞ্চন কন্যা  

কোনবা দেশেৰ নাৰী  

তোমাৰ কপালতে সিন্দূৰ নাই ও   
কন্যা কেমন তুমি নাৰী।। 
ও মোৰ হায় কাঞ্চন কন্যা ৰে   
খনিক লাজ নাই  
তোমাৰ কন্যা ৰে।।  
তুমি সধবা না বিধবা  
কেমন তুমি নাৰী  
তোমাৰ কেনে এমন দশা ও 
কন্যা কোনবা দেশ বাড়ী।  
ও মোৰ................. কন্যা ৰে।।  
ও মোৰ হায় কাঞ্চন কন্যা ৰে 
খানিক লাজ নাই  
তোমাৰ কন্যা ৰে৷৷  
তুমৰা ঘৰ কেনে ছাড়িলেন কন্যা  
ছাড়িলেন কোন বা দেশ  
তুমৰা কিবা দোষে পতি ছাড়িলেন ও 
কন্যা খাট কৰলেন কেশ-  
কন্যা - ও  
ও মোৰ হায় - কাঞ্চন কন্যা ৰে  
খানিক লাজ নাই  
তোমাৰ কন্যা ৰে।।