চম্পা নদীৰ পাৰে পাৰে
চম্পা নদীৰ পাৰে পাৰে নাগিন নাচিয়া নাচিয়া
যায় বীণেৰ সুৰে নাচে নাগিন ফিৰিয়া না চায় নাগিন ৰে।।
ও নাগিন এতই কিসেৰ নাচনা তোৰ নাচে মন হৰে
ও নাগিন এতই কিসেৰ নাচনা তোৰ নাচে মন হৰে
সুৰ হইল মোৰ কানা নাগিন ৰে।
মোৰ সুৰে বনেৰ পাখী ৰে ও নাগিন কতই
পাগল হয় তুমি কি জান বে নাগিন
সুৰে পৰাণ যায় নাগিন ৰে।।
নদীৰ পাৰত কতই পাখীৰ ও
নদীৰ পাৰত কতই পাখীৰ ও
নাগিন তোমাৰ পানে চায় মোৰ
সুৰে তোমাৰ মন ফিৰিয়া না চায় নাগিন ৰে।।
মোৰ সুৰে কতই কিছু ৰে ও
মোৰ সুৰে কতই কিছু ৰে ও
নাগিন পৰাণ কান্দে মোৰ
মি কি কান্দিবে নাগিন কান্দে
বনেৰ পাখী নাগিন ৰে।।