Chapter 1

ভাৰতবৰ্ষত শিক্ষকৰ শিক্ষাৰ ধাৰণাগত সংৰচনা আৰু ঐতিহাসিক দৃষ্টিকোণ

(Conceptual Framework and Historical Perspectives of Teacher Education in India)

I. অতি চমু উত্তৰঃ (Question of very Shorts Answer):

১। শিক্ষকৰ শিক্ষা মানে কি?

What is teacher education?

উত্তৰঃ

২। শিক্ষাৰক প্ৰশিক্ষণ মানে কি?

What is teacher training?

উত্তৰঃ

৩। শিক্ষাৰক শিক্ষা এটা সংঙ্গা দিয়া।

Give a definition of teacher education.

উত্তৰঃ

৪। শিক্ষকৰ শিক্ষা=_________+ শিক্ষাদানশৈলীৰ তত্ত্ব + ব্যক্তিগত কৌশল (খালী ঠাই পূৰ কৰা)।

Teacher education= __________+ pedogogical theory + professional skills (Fill up the blanks)

উত্তৰঃ

৫। ভাৰতবৰ্ষত প্ৰথম আনুষ্ঠানিক শিক্ষকৰ প্ৰশিক্ষণ কোনে আৰম্ভ কৰিছিল?

Who Started the first formal teacher training school in India?

উত্তৰঃ

৬। কোন চনত ভাৰতবৰ্ষত প্ৰথমখন নৰ্মাল স্কুল স্থাপন কৰা হৈছিল?

In which year, the first Normal school in India was established?

উত্তৰঃ

৭। শিক্ষকৰ শিক্ষাৰ প্ৰকাৰ দুটা কি কি?

What are the two types of teacher education?

উত্তৰঃ

৮। শিক্ষকৰ শিক্ষাৰ এটা উপাদান উল্লেখ কৰা।

Mention one base of teachers education?

উত্তৰঃ

৯। শিক্ষকৰ শিক্ষা এটা লক্ষ্য উল্লেখ কৰা।

Mention one aim of teachers education.

উত্তৰঃ

১০। কলিকতা বিদ্যালয় সমাজ কোন চনত স্থাপন কৰা হৈছিল?

In which year, Calcutta School Society was established?

উত্তৰঃ

১২। NCTE ৰ সম্পূৰ্ণ আকাৰটো লিখা।

Write the full from of NCTE.

উত্তৰঃ

II. চমু উত্তৰৰ প্ৰশ্ন (Question of Shorts Answer):

১। শিক্ষকৰ শিক্ষাৰ ধাৰণা বাখ্যা কৰা।

Explain the concept of teacher education.

উত্তৰঃ

২। শিক্ষকৰ শিক্ষাৰ যিকোনো পাঁচটা বৈশিষ্ট্য লিখা।

Write any five characterstics of teachers education.

উত্তৰঃ

৩। শিক্ষক প্ৰশিক্ষণ আৰু শিক্ষকৰ শিক্ষাৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে লিখা।

Write about the difference between teacher training and teacher education.

উত্তৰঃ

৪। শিক্ষকৰ শিক্ষাৰ প্ৰধান লক্ষ্যবোৰৰ বিষয়ে আলোচনা কৰা।

Discuss about the main aims of teacher education.

উত্তৰঃ

৫। বৈদিক যুগত শিক্ষকৰ শিক্ষাৰ বিকাশ চমুকৈ লিখা।

Write briefly about the development of teachers education in vedic period.

উত্তৰঃ

৬। বৌদ্ধ যুগত শিক্ষকৰ শিক্ষাৰ বিকাশৰ বিষয়ে লিখা।

Write about the development of teachers education in Buddhist period.

উত্তৰঃ

৭। শিক্ষকৰ শিক্ষাৰ সাধাৰণ উদ্দেশ্যবোৰ বৰ্ণনা কৰা।

Describe the general objectives of teacher education.

উত্তৰঃ

৮। প্ৰাক-প্ৰাথমিক স্তৰৰ শিক্ষকৰ শিক্ষাৰ উদ্দেশ্যবোৰ উল্লেখ কৰা।

Mention the objectives of teacher education for pre-primary stage.

উত্তৰঃ

৯। প্ৰাথমিক স্তৰৰ শিক্ষকৰ শিক্ষাৰ উদ্দেশ্যবোৰ উল্লেখ কৰা।

Mention the objectives of teacher education for pre-primary stage.

উত্তৰঃ

১০। মাধ্যমিক স্তৰৰ শিক্ষকৰ শিক্ষাৰ উদ্দেশ্যবোৰ উল্লেখ কৰা।

Mention the objectives of teacher education for secondary stage.

উত্তৰঃ

১১। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শৈক্ষিক শাখাৰ শিক্ষকৰ শিক্ষাৰ বিষয়ে উদ্দেশ্যবোৰ উল্লেখ কৰা।

Mention about the specific objectives of teacher education for academic stream of higher secondary stage.

উত্তৰঃ

১২। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বৃত্তীয় শাখাৰ শিক্ষকৰ শিক্ষাৰ বিষেশ উদ্দেশ্যবোৰ উল্লেশক কৰা।

Mention about the specific objectives of teacher education for vocational stream of higher secondary stage.

উত্তৰঃ 

III. দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answer):

১। শিক্ষকৰ শিক্ষা বুলিলে কি বুজা? শিক্ষকৰ শিক্ষাৰ পৰিসৰ আলোচনা কৰা।

What is meant by teacher education? Discuss the scope of teacher education.

উত্তৰঃ

২। শিক্ষকৰ শিক্ষাৰ প্ৰয়োজনীয়তা বাখ্যা কৰা।

Explain the needs of teachers education.

উত্তৰঃ

৩। প্ৰাক-কৰ্মকালীন শিক্ষকৰ শিক্ষা মানে কি? প্ৰাক-কৰ্মকালীন শিক্ষকৰ শিক্ষাৰ কেনেকৈ প্ৰদান কৰিব পাৰি আলোচনা কৰা।

What is Pre-service teacher education? Discuss how to provide pre-service teacher education.

উত্তৰঃ

৪। কৰ্ম-কালীন শিক্ষকৰ শিক্ষা মানে কি? এই শিক্ষা কিয় গুৰুত্বৰপূৰ্ণ আলোচনা কৰা।

What is meant by in-service teacher education? Discuss why the education is important.

উত্তৰঃ

৫। বৃটিছ শাসন কালত ভাৰতৰ শিক্ষকৰ শিক্ষাৰ বিকাশ আলোচনা কৰা।

Discuss about the development of teacher education in Insdia during British rule.

উত্তৰঃ

৬। স্বাধীনোত্তৰ কালত ভাৰতৰ শিক্ষকৰ শিক্ষাৰ বিকাশ আলোচনা কৰা।

Discuss about the development of teacher education in India in poet independence period.

উত্তৰঃ

৭। অসমত শিক্ষকৰ শিক্ষাৰ বিকাশ আলোচনা কৰা।

Discuss about the development of teacher education in Assam

উত্তৰঃ

Question Type- Ikhant Bora...............



Post ID : DABP003275