পাঠ ১০
বীজ গণিত

1. এটা চলক ব্য়ৱহাৰ কৰি খালী ঠাই পূৰ কৰা।
ধৰা হ'ল x এটা সংখ্য়া।
(ক) সংখ্য়াটোৰ লগত 10 যোগ কৰিলে পাম x + 10
(খ) সংখ্য়াটোৰ পৰা 17 বিয়োগ কৰিলে পাম x - 17
(গ) সংখ্য়াটোক 9 ৰে পূৰণ কৰিলে পাম 9x
(ঘ) সংখ্য়াটোক 15 ৰে ভাগ কৰিলে পাম x/15


2. 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা
'ক অংশ'    -    'খ অংশ'
2m                  m ৰ দুগুণ
m -  3        m ৰ পৰা 3 বিয়োগ
m + 7            m ৰ লগ 7 যোগ
17 - m        17 ৰ পৰা m বিয়োগ
m/5            5 ৰে m ক ভাগ


3. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
কোনো এটা সংখ্য়া xৰ লগত 5 যোগ কৰিলে হ'ব



উত্তৰঃ x + 5

4. কোনো এটা সংখ্য়া এটৰ 3 গুণ হ'ব一



উত্তৰঃ 3m

5. ৰিয়ানে গণিতত 76 নম্বৰ পালে। তেওঁ বিজ্ঞানত কিমান পালে নাজানো। যদি আমি বিজ্ঞানত পোৱা নম্বৰটো x বুলি কওঁ তেন্তে ৰিয়ানে এই দুইটা বিষয়ত কিমান নম্বৰ পাব।
উত্তৰঃ 76 + x

6. অংকিতাৰ হাতত কেইটামান চকলেট আছিল। মৃদুস্মিতাৰ হাতত অংকিতাতকৈ 5 টা চকলেট বেছি আছে। উপযুক্ত চলক ব্য়ৱহাৰ কৰি মৃদুস্মিতাৰ হাতত থকা চকলেটৰ সংখ্য়াক বীজগণিতীয় ৰাশিৰে প্ৰকাশ কৰা।
উত্তৰঃ 
ধৰো, অংকিতাৰ হাতত থকা চকলেটৰ সংখ্য়া = x
আৰু মৃদুস্মিতাৰ হাতত অংকিতাতকৈ 5 টা চকলেট বেছি আছিল।
∴ মৃদুস্মিতাৰ হাতত থকা চকলেটৰ সংখ্য়া = x + 5


7. কাঠিৰে কেইটামান চানেকি সজা হ'ল। চানেকি কেইটা মন কৰা আৰু তালিকাখন সম্পূৰ্ণ কৰা।
(a)

চানেকি

V ৰ সংখ্যা

কাঠিৰ সংখ্যা

V

1

2

VV

2

4

VVV

3

6

VVVV

4

8

VVVVVVVVVV

10

20

 

n

2n


(b)











(c)













8. তলৰ তালিকাখনৰ খালী ঠাইবোৰ পূৰ কৰা আৰু সমীকৰণবোৰৰ মূল হয়নে নহয় লিখা।









9. তলৰ তালিকাখন সম্পূৰ্ণ কৰা আৰু p - 5 = 3 সীকৰণৰ সমাধান নিৰ্ণয় কৰা।

P

P – 5

0

- 5

1

- 4

- 1

- 6

3

- 2

4

- 1

- 3

8

5

0

8

3




অনুশীলনী
1. তলৰ কোনবোৰ সমীকৰণ লিখা। তোমাৰ উত্তৰ সাপেক্ষে যুক্তি দিবা
(a) x - 19 = 10
ই এটা সমীকৰণ। কাৰণ ইয়াত এটা চলক আছে আৰু = চিন আছে।

(b) a + 9 = - 9
ই এটা সমীকৰণ। কাৰণ ইয়াত এটা চলক আৰু = চিন আছে।

(c) 3b = 15
ই এটা সমীকৰণ। কাৰণ ইয়াত এটা চলক আৰু = চিন আছে।

(d) 21 - 1 > 5
ই এটা সমীকৰণ নহয়। কাৰণ ইয়াত কোনো চলক আৰু  = চিন নাই।

(e) 2n + 6 < 18 
ই এটা সমীকৰণ নহয়। কাৰণ ইয়াত কোনো = চিন নাই।

(f) 3 х 8 - 4 = 3x
ই এটা সমীকৰণ হয়। কাৰণ ইয়াত এটা চলক আৰু = চিন আছে।

(g) 



2. শুদ্ধ উত্তৰটো বাছি উলিওৱা
(i) 3p - 7 = 5
⇒ 3p = 5 + 7
⇒ p = 12 ÷ 3
⇒ p = 4

(ii) 









(iii) 3 x 9 - 11 = r
⇒ 27 - 11 = r
⇒ r =  16

(iv) 2 + m = - 1
⇒ m = -1 - 2
⇒ m = - 3

(v) 4x + 9 = 2x + 11
⇒ 4x - 2x = 11 - 9
⇒ 2x = 2
x = 2 ÷ 2
x = 1


3. শুদ্ধ উত্তৰটো বাছি উলিওৱা
(i) m + 4 = 7 সমীকৰণৰ mৰ মান一
(a) 0    (b) 4    (c) 3    (d) 7
⇒ (c) 3

(ii) 4p = 20
(a) p = 4    (b) p = 5    (c) p = 20    (d) p = 0
⇒ (b) p = 5

(iii) 2x - 1 = 5
(a) x = 0    (b) x = -1    (c) x = 5    (d) x = 3
⇒ (d) x = 3

(iv) 2x - 3 = 7
(a) x = 5    (b) x = -2    (c) x = 1    (d) x = 11
⇒ (a) x = 5


4. 
(i) তালিকাখন পূৰ্ণ কৰা।

X

2x + 3

0

3

1

5

2

7

3

9

4

11

5

13

6

15

7

17

 

(ii) ওপৰৰ তালিকাৰ পৰা 2x + 3 = 11 সমীকৰণৰ সমাধান নিৰ্ণয় কৰা।

X

2x + 3

2x + 3 = 11

0

3

নহয়

1

5

নহয়

2

7

নহয়

3

9

নহয়

4

11

হয়

5

13

নহয়

6

15

নহয়

7

17

নহয়

 

 

∴ নিৰ্ণেয় সমাধান x = 4

5. তালিকাত থকা চলকৰ নিৰ্চিষ্ট মানৰ বাবে সমীকৰণবোৰ সিদ্ধ হয় বা নহয় লিখা।

সমীকৰণ

চলকৰ মান

সমীকৰম সিদ্ধ হয়/নহয়

l + 9 = 101

l = 92

হয়

m – 9 = 12

m = 15

নহয়

2p = 18

p = 3

নহয়

h – 7 = 0

h = 4

নহয়

3a = 2a + 2

a = 1

নহয়

b + 4 = 1

b = - 3

হয়

3q + 4 = 7

q = 2

নহয়



7. তলৰ পৰিস্থিতিবোৰ সমীকৰণেৰে প্ৰকাশ কৰা 一
(i) তিনি কি গ্ৰা চাউলৰ মূল্য়ৰ লগত 10 টকা বিয়োগ কৰিলে 80 টকা পোৱা গ'ল।
⇒ ধৰা হ'ল,
1 কি গ্ৰা চাউলৰ মূল্য় = x
∴ সমীকৰণটো হৈছে → 3x - 10 = 80

(ii) ক্ৰিকেট খেল এখনৰ 5 অভাৰত সংগ্ৰহ কৰা ৰানৰ লগত 7 ৰান যোগ দিলে 39 ৰান হয়। যদি প্ৰতিটো অভাৰত সমান সংখ্যক ৰান কৰা বুলি ধৰিলে তেন্তে পৰিস্থিতিটোক সমীকৰণত প্ৰকাশ কৰা।
⇒ ধৰো, 
এটা অভাৰত কৰা ৰান = x
∴ সমীকৰণটো হৈছে → 5x + 7 = 39

(iii) এটা শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া 40 জন। কোনো এটা দিনত উপস্থিত ছাত্ৰ-ছাত্ৰীৰ সংখ্য়াক দুগুণ কৰি 6 যোগ কৰিলে মুঠ ছাত্ৰ-ছাত্ৰীৰ সমান পোৱা গ'ল।
⇒ ধৰা হ'ল,
নিৰ্দিষ্ট দিনটোত উপস্থিত থকা ছাত্ৰ-ছাাত্ৰীৰ সংখ্য়া = x
∴ সমীকৰণটো হৈছে → 2x + 6 = 60