অধ্যায় : 5

ৰেখা আৰু কোণ

অনুশীলনী : 5.1

1)তলত দিয়া কোণবোৰৰ পুৰক কোণৰ মাপ কিমান?



Soln→





 2) এযোৰ পূৰক কোণৰ মাপৰ পাৰ্থক্য 22হ’লে কোণবোৰৰ মাপ নিৰ্ণয় কৰা?

Soln→

ধৰো,





3)তলৰ কোণবোৰৰ প্ৰত্যেকৰে সম্পূৰক কোণৰ মাপবোৰ লিখা?


Soln→





4)এযোৰ সম্পূৰক কোণৰ ডাঙৰ কোণটোৰ মাপ সৰু কোণটোৰ মাপতকৈ 440 বেছি। কোণ দুটাৰ মাপ নিৰ্ণয় কৰা?

Soln→


5)PQ আৰু RS ৰেখা দুডালৰ ছেদবিন্দু O, যদি ∠POR =500 তেন্তে বাকীবোৰ কোণৰ মাপ নিৰ্ণয় কৰা?






Soln→



6)চিত্ৰৰ পৰা x নিৰ্ণয় কৰা?

Soln→



7)এটা কোণ নিৰ্ণেয় কৰা যিটো তাৰ সম্পূৰক কোণৰ সমান?

Soln→




8) এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 240 বেছি। কোণটোৰ মাপ নিৰ্ণয় কৰা?

Soln→



9)এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 320 কম। কোণটোৰ মাপ নিৰ্ণয় কৰা?

Soln→




10)এটা কোণ তাৰ পূৰক কোণৰ পাচঁগুণ। কোণটো নিৰ্ণয় কৰা?

Soln→



12)দুটা সম্পূৰক কোণৰ অনুপাত 3:2 হ’লে কোণ দুটা নিৰ্ণয় কৰা?

Soln→







13)দুটা পূৰক কোণৰ অনুপাত 4:5 হ’লে কোণ দুটা নিৰ্ণয় কৰা?

Soln→




14)তলৰ চিত্ৰ দুটাৰ পৰা x আৰু y নিৰ্ণয় কৰা?

Soln→







15) তলৰ কোণৰ যোৰবোৰৰ পৰা পূৰক কোণৰ যোৰবোৰ চিনাক্ত কৰা: 


Soln→







16)তলৰ কোণযোৰ পৰা সম্পূৰক কোণৰ যোৰবোৰ চিনাক্ত কৰা –


(a) Soln→