অনুশীলনী: 5.3


1)যদি এযোৰ সন্নিহিত কোণ সম্পূৰক, তেন্তে সিহঁত হ’ব-

(a) অনুৰূপ কোণ। (b)বিপ্ৰতীপ কোণ।

(c)ৰৈখিক যোৰ কোণ। (d)এডাল ৰশ্মি।

Soln→(c)ৰৈখিক যোৰ কোণ।


2)যদি দুটা কোণ সম্পূৰক, সিহঁতৰ যোগফল-

Soln→



3)যদি দুটা কোণ পূৰক, সিহঁতৰ যোগফল-

Soln→


4)যদি l∥m তেন্তে ∠1=∠2   কাৰণ সিহঁত…….

(a)অনুৰূপ কোণ।

(b)বিপ্ৰতীপ কোণ।

(c)একান্তৰ অন্ত: কোণ।

(d)সম্পূৰক কোণ।

Soln→(c)একান্তৰ অন্ত: কোণ।

5) চিত্ৰত এযোৰ একান্তৰ অন্ত: কোণ হ’ব-

(a)∠1,∠2

(b)∠2,∠3

(c)∠2,∠5

(d)∠2,∠5

Soln→(b)∠2,∠5


6) যদি a∥b,c  এডাল তিৰ্যক,তেন্তে ∠y=?.


Soln→


7)450ৰ কোণৰ পূৰক কোণৰ মাপ কিমান?


Soln→



8)তলৰ কোণটো কোণ তাৰ পূৰক কোণৰ সমান?


Soln→



9)তলৰ কোণটো কোণ তাৰ সম্পূৰক কোণৰ সমান?


Soln→



10)যদি l∥m,c ছেদক,তেন্তে x নিৰ্ণয় কৰা।


Soln→



11)চিত্ৰত l∥m,c ছেদক,xৰ মান নিৰ্ণয় কৰা?


Soln→



12)l∥m,c ছেদক,xৰ মান নিৰ্ণয় কৰা?


Soln→



13) দুডাল ৰেখা পৰস্পৰ সমদূৰৱৰ্তী হ’লে্ সিহঁত হ’ব-

(a)লম্ব ৰেখা। (b)অসমান্তৰাল ৰেখা।

(c)কটা-কটি কৰা ৰেখা। (d)সমান্তৰাল ৰেখা।

Soln→

(d)সমান্তৰাল ৰেখা।






Post ID : DABP004056