অনুশীলনী-2(B)

 

1. আখৰেৰে লিখা (আন্তৰ্জাতিক একক পদ্ধতিত)

i) 252,080,513

ii) 32,902,507

iii) 90,909,099

iv) 9,099,999

v) 123,907,972

2. অংকেৰে লিখা (আন্তৰ্জাতিক একক পদ্ধতিত)

i)সাতশ পোন্ধৰ মিলিয়ন, সাত হাজাৰ ষোল্ল।

ii) দহ মিলিয়ন নব্বৈ হাজাৰ, সোতৰ

iii) ছয়শ পঁয়ত্ৰিছ মিলিয়ন,পাঁচশ ঊনাশী হাজাৰ দুশ তিনি।

iv) তেৱন্ন মিলিয়ন ষোল্ল ।

v) সাত মিলিয়ন সাত শ।