উত্তৰঃ কেতিয়াবা কিছুমান পুৰণা  এণ্টিভাইৰাচে প্ৰগ্ৰেম ভূল কৰি ভাল প্ৰগ্ৰেমকো ভাইৰাচ্ এফেক্টেড্ বুলি সংকেট দিয়ে, ইয়াকে ফলচ্ অলাৰ্ম বোলা হয়।