অধ্য়য়-১

অসমীয়া ব্য়াকৰণৰ ইতিহাস, ব্য়াকৰণৰ শ্ৰেণীবিভাগ, ব্য়কৰণৰ উপাদান ধ্বনি, ৰূপ, শব্দ আৰু বাক্য়

১। Grammar শব্দটো কি ভাষাৰ পৰা আহিছে?

উত্তৰঃ গ্ৰীক ভাষাৰ পৰা আহিছে। 


২। অসমীয়া ভাষাৰ লিখিত কি পৰম্পৰা যথেষ্ট প্ৰাচীন?

উত্তৰঃ চিন্তা-চৰ্চা। 


৩। ব্য়াকৰণলগত কোনো চিন্তা-চৰ্চা হোৱাৰ কি পোৱা নাযায়?

উত্তৰঃ প্ৰমাণ পোৱা নাযায়। 


৪। ভাষাতত্ত্ব সম্পৰ্কীয় গ্ৰন্থবোৰৰ আলোচনা দাঙি ধৰিবলৈ কি কৰা হৈছে?

উত্তৰঃ প্ৰয়াস কৰা হৈছে। 


৫। পাঠ্য়ক্ৰমৰ আধাৰত সময়ে সময়ে পঢ়াশালীয় শ্ৰেণীৰ পুথি কি হৈ আহিছে?

উত্তৰঃ ৰচিত হৈ আহিছে। 


৬। বিভিন্ন আহুকালৰ বাবে গৱেষণামূলক গ্ৰন্থখন কিমান চনত ছপা ৰূপত ওলায়?

উত্তৰঃ ১৯৪১ চনত ছপা ৰূপ ওলায়। 


৭। অসমীয়া ভাষাৰ সমকালীন ভাষা ৰীপটোৰ প্ৰতিফলন কৰিবলৈ কি হৈছিল?

উত্তৰঃ সক্ষম হৈছিল। 


৮। কাকতিৰ গ্ৰন্থখনেই অসমীয়া ভাষাৰ উপভাষিক বিষয়ক কে নম্বৰ গ্ৰন্থ?

উত্তৰঃ প্ৰথমখন গ্ৰন্থ। 


৯। অভিধানিক আলোচনা ভাষাৰ অন্য়ান্য় ধাৰাত কি লোৱা হৈছে?

উত্তৰঃ সামৰি লোৱা হৈছে। 


১০। পৰম্পৰাগত ব্য়াকৰণত ভাষাৰ লিখিত কি তথ্য়ৰ আধাৰত ৰচিত। 

উত্তৰঃ ৰূপৰ তথ্য়ৰ আধাৰত ৰচিত। 


১১। সমষ্টিৰ সংযোগৰ ফলত অৰ্থ প্ৰকাশ কৰিলে তাক কি বোলে?

উত্তৰঃ ৰূপ বোলে। 


১২। শব্দৰ স্থান অনুসৰী ধ্বনিৰ কি সুকীয়া হয়?

উত্তৰঃ উচ্চাৰণ সুকীয়া হয়। 


১৩। পদান্ত বা শেষত থাকিলে কি দুটা লগ লগাৰ দৰে ৰৈ যায়?

উত্তৰঃ ওঁঠ দুটা লগ লগাৰ দৰে ৰৈ যায়। 


১৪। IPA ধ্বনি লিপিত শব্দৰ ধ্বনিবোৰ কি কৰা হোৱা নাই?

উত্তৰঃ নিৰ্ণয় কৰা হোৱা নাই।


১৫। স্বৰ ধ্বনি উচ্চাৰণত কি প্ৰৱাহ ৰোধ নহয়? 

উত্তৰঃ বতাহৰ প্ৰৱাহ ৰোধ নহয়। 


১৬। মুখবিবৰৰ বিস্তৃতি অনুসৰী স্বৰধ্বনিক কেটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ চাৰিটা ভাগত ভাগ কৰা হৈছে। 


১৭। আকৃতিবোৰ সেই প্ৰাকৃতিটোৰ কি হিচাপে ৰূপ পাইছে?

উত্তৰঃ উপাকৃতি হিচাপে ৰূপ পাইছে। 


১৮। বিভক্তি সংযোগ কৰিব পাৰি সেইবোৰক কি শব্দ বোলে?

উত্তৰঃ মৌলিক শব্দ বোলে। 


১৯। "ফুটবল তেওঁ খেলে ভাল" ইয়াৰ অৰ্থ কি নাপায়?

উত্তৰঃ প্ৰকাশ নাপায়। 


২০। বাক্য়ত ব্য়ৱহাৰ হোৱা পদৰ কি সমষ্টিকেই আসক্তি বোলে। 

উত্তৰঃ বিন্য়াসৰ সমষ্টিকেই আসক্তি বোলে। 


২১। সংস্কৃত ভাষাত পদৰ এনে কি নিয়ম নাই?

উত্তৰঃ ক্ৰমবিন্য়াসৰ নিয়ম নাই।


২২। বাক্য় ভাষাৰ কি একক?

উত্তৰঃ বৃহত্তম একক। 


২৩। আকাংক্ষা মানে উৎসুকতা বা কি?

উত্তৰঃ আগ্ৰহ।


২৪। শব্দৰূপৰ বিচিত্ৰতাৰ ওপৰত পাৰস্পৰিক সম্পৰ্ক কি কৰে?

উত্তৰঃ নিৰ্ভৰ কৰে। 


২৫। অনুভৱ কৰিব পাৰি তেনে বিমূৰ্ত প্ৰাকৃতিক কি প্ৰাকৃতি বোলে?

উত্তৰঃ শূন্য় প্ৰাকৃতি বোলে। 


২৬। ব্য়ঞ্জন ধ্বনিয়ে অকলে অক্ষৰ কি কৰিব নোৱাৰে?

উত্তৰঃ গঠন কৰিব নোৱাৰি। 


২৭। দেবানন্দ ভৰালীয়ে কি ৰচনা কৰিছিল?

উত্তৰঃ'অসমীয়া ভাষাৰ মৌলিক বিচাৰ' ৰচনা কৰিছিল। 


২৮। বাণীকান্ত কাকতিৰ গৱেষণা ধৰ্মগ্ৰন্থখন কেইটা খণ্ডত বিভক্ত কৰিছে?

উত্তৰঃ তিনিটা খণ্ডত বিভক্ত কৰিছিল। 


২৯। ড° নাথান ব্ৰাউনে কিমান চনত অসমীয়া ভাষাৰ দ্বিতীয়খন ব্য়াকৰণ পুথি ৰচনা কৰিছিল?

উত্তৰঃ ১৮৪৮ চনত। 


৩০। চমস্কিৰ দৃষ্টিভংগীত 'ভাষা হ'ল এটা বাক্য় সৃষ্টি কৰাৰ কৌশল বা কি?

উত্তৰঃ বা উপায়।   



Type Bikash Bora 



Post ID : DABP004055