অনুশীলনী ÷  3.2

 

 1 )   তলৰ তথ্যখিনিৰ পৰা বহুলক নিৰ্ণয় কৰা :

(i) 2, 2, 3, 3, 4, 4, 5, 5, 5,6, 6, 7, 7

(ii) 41, 43, 41, 46, 47, 48, 41, 49, 49

Soln: (i) তথ্যখিনিৰ বহুলক 5 । (কাৰণ 5 বেছিবাৰ আছে)

   (ii) তথ্যখিনিৰ বহুলক 41 (কাৰণ 41 বেছিবাৰ আছে)

 2)  প্ৰাপ্ত নম্বৰৰ বহুলক নিৰ্ণয় কৰা (20 নম্বৰৰ ভিতৰত)

ছাএ-ছাএীৰ সংখ্যা     3              3              4              7              4              2

প্ৰাপ্ত নম্বৰ     10           11           12           13           14           15

 

Soln: প্ৰাপ্ত নম্বৰৰ বহুলক = 13

           কাৰণ 13  নম্বৰ বেছি সংখ্যক ছাএ-ছাএীয়ে পাইছে।

3) তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয় কৰা:

    (i) 2, 0, 1, 5,3, 4, 6, 8, 12, 9, 10

    (ii) 9, 7, 8, 11, 12, 9, 5, 8, 12, 10, 9

Soln: (i) দিয়া আছে, 2, 0,1,5,3,4,6,8,12,9,10

তথ্যখিনি উৰ্ধ্বক্ৰমত সজাই পাওঁ0,1,2,3,4,5,6,7,8,9,0,12

আমি জানো মাজৰ ৰাশিটোৱে মধ্যমা।

      তথ্যখিনিৰ মধ্যমা =5

                (ii) দিয়া আছে,

           9,7,8,11,12,9,5,8,12,10,9

         তথ্যখিনিৰ উৰ্ধ্বক্ৰমত সজাই পাওঁ

       5,7,8,8,9,9,9,10,11,12,12

আমি জানো যে মাজৰ ৰাশিটোৱে মধ্যমা।

 

 

4) 17 জন ছাএ-ছাএীয়ে গণিতৰ মূল্যায়ন (50 নম্বৰৰ ভিতৰত) পোৱা নম্বৰ তালিকা তলত দিয়া ধৰণৰ : 28,32,35,21,27,35,27,42,35,22,23,35,25,23,40,24,31 এই তথ্যখিনিৰ পৰা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা?

দুয়োটা মান হয়নে ?

Soln:   দিয়া আছে,

   নম্বৰসমূহ : 28,32,35,21,27,35,27,42,35,22,23,35,25,23,40,24,31

আকৌ, তথ্যখিনি উৰ্ধ্বক্ৰমত সজাই পাওঁ-



5) তলৰ তথ্যসমূহৰ পৰা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা আৰু দুয়োটা মান একে হয়নে? 13,16.12,14,19,12,14,13,14

Soln: দিয়া আছে,

  তথ্যসমূহক 13,16,12,14,19,12,14,13,14

     

আকৌ, তথ্যসমূহ উৰ্ধ্বক্ৰমত সজাই পাওঁ

12,12,13,13,14,14,14,16,19



 গতিকে মধ্যমা
দেখা গল বহুলক আৰু মধ্যমা একেই।

 

6) এটা শ্ৰেণীৰ 13জন ছাএ-ছাএীৰ বয়স (বছৰৰ হিচাপত)তলত দিয়া ধৰণৰ 14,14,15,14,14,14,15,14,14,15,15,14,14  তথ্যসমূহৰ পৰা মধ্যমান, বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা ?

Soln:  দিয়া আছে,

  ছাএ-ছাএীৰ বয়সসমূহ 14,14,15,14,14,14,15,14,14,15,15,14,14


 



(ii) তথ্যখনিৰ বহুলক=14

(iii) তথ্যখিনি উৰ্ধ্বক্ৰমত সজাই পাওঁ

14,14,14,14,14,14,14,14,14,15,15,15,15

মধ্যমা হ'ল=14


 

7) তলৰ তালিকাখন পূৰ কৰা :

নম্বৰ

প্ৰসাৰ

মধ্যমান

বহুলক

মধ্যমা

35, 15, 0,40

20,25,45,10

30,5,15

?

?

?

?

 

Soln:  দিয়া আছে,

নম্বৰসমূহ : 35,15,0,40,20,25,45,10,30,5,15

(i) তথ্যখিনিৰ প্ৰসাৰ= উচ্চতম নম্বৰ - নিম্নতম নম্বৰ

                   = 45-0

                    =45

             


(ii) মধ্যমান
 


= 21.82


(iii) তথ্যখিনিৰ বহুলক= 15 (কাৰণ 15 বেছিবাৰ আছে)

(iv) তথ্যখিনি উৰ্ধ্বক্ৰমত সজাই পাওঁ

 0,5,10,15,15,20,25,30,35,40,45


নিৰ্ণেয়

 

নম্বৰ

প্ৰসাৰ

মধ্যমান

বহুলক

মধ্যমা

35,15,0,40,20

25,45,10,30,5,15

45

21.82

15

20

 

 

8) তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা:

(i)বহুলক সদায় তথ্যৰ মাজত থকা এটা ৰাশি।

(ii) মধ্যমান সদায় তথ্যৰ মাজত থকা এটা ৰাশি।

(iii) মধ্যমা সদায় তথ্যৰ মাজত থকা এটা ৰাশি।

Soln: (i) শুদ্ধ। (ii) অশুদ্ধ। (iii) শুদ্ধ।

 

9) তলৰ তথ্যসমূহৰ মধ্যমান, বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা।

(i) 8,8,8,8,18,18,18,18,18

(ii) 3,10,10,12,14,16,16,18,18,25,28

(iii) 23,2,42,6,36,11,29,9,15

Soln: (i) দিয়া আছে,

   তথ্যসমূহ : 8,8,8,8,18,18,18,18,18

=13.55




আকৌ তথ্যসমূহৰ বহুলক =18 (18 বেছিবাৰ আছে)

     তথ্যসমূহ উৰ্ধ্বক্ৰমত সজাই পাওঁ

     8,8,8,8,18,18,18,18,18

 

Soln: (ii) দিয়া আছে,

তথ্যসমূহ : 3,10,10,12,14,16,16,18,18,25,28

        




বহুলক আকৌ, তথ্যখিনি উৰ্ধ্বক্ৰমত সজাই পাওঁ

    3,10,10,12,14,16,16,18,18,25,28

মধ্যমা =16 [যিহেতু মাজৰ ৰাশিটোৱে মধ্যমা



 Soln:  (iii)দিয়া আছে,

তথ্যসমূহ 

 

     

বহুলক = নাই

আকৌ তথ্যখিনি উৰ্ধ্বসমূহ সজাই পাওঁ

   2,6,9,11,15,23,29,36,42


নিৰ্ণয়ে তথ্যসমূহৰ মধ্যমান =19.22, বহুলক =নাই, মধ্যমা =15