অধ্য়য়-২

 চুলতানী সাম্ৰাজ্য়ৰ ভাঙোন

(Decline of the Sultanate)

১। আচঁনিবোৰ হিন্দু-মুছলমান উভয়কে কি কৰিছিল?

উত্তৰঃ অসন্তুষ্ট কৰিছিল। 


২। সাম্ৰজ্য়ৰ বিশালতা চুলতানী সাম্ৰাজ্য়ৰ পতনৰ এটা কি কাৰণ?

উত্তৰঃ অন্য়তম কাৰণ।

 

৩। ফিৰোজ-ছাহ টোগলকে চুলতান সাম্ৰাজ্য়ৰ ভাঙোন গুৰুত্ৱপূৰ্ণ কি যোগাইছিল?

উত্তৰঃ অৰিহণা যোগাইছিল। 


৪। চুলতান সাম্ৰাজ্য়ত কোনো কি নীতি নাছিল?

উত্তৰঃ উত্তৰাধিকাৰ নীতি নাছিল। 


৫। আজমীৰ সম্বল কত স্বাধীনতাৰ বাৰে বাৰে বিদ্ৰোহ কৰিছিল?

উত্তৰঃ গুজৰাতত স্বাধীনতাৰ বাৰে বাৰে বিদ্ৰোহ কৰিছিল।

 

৬। অভিযানৰ অন্ত পৰাত মহম্মদ ছাহে শান্তি আৰু কিহৰে ৰাজত্ৱ কৰিছিল?

উত্তৰঃ সমৃদ্ধিৰে ৰাজত্ৱ কৰিছিল। 


৭। ফিৰোজ ছাহৰ কিমান বছৰীয়া ৰাজত্ৱকালটো ঘটনা বহুল আছিল?

উত্তৰঃ ২৫ বছৰীয়া। 


৮। গুজৰাটৰ সৈতে আহমদ ছাহৰ সংঘৰ্ষ তেওঁ কি ধৰণেই হৈছিল?

উত্তৰঃ বিছৰা ধৰণেই হৈছিল। 


৯। মামুদ গাৱানে বহুতো সংস্কাৰৰ কি গ্ৰহণ কৰিছিল?

উত্তৰঃ পদক্ষেপ গ্ৰহণ কৰিছিল।


১০। মামুদ গাৱানৰ মৃত্য়ুৰ এবছৰৰ ভিতৰতে তোৱে মৃত্য়ুক কি লৈছিল?

উত্তৰঃ সাৱতি লৈছিল। 


১১। বিদ্য়াতীৰ্থৰ পৌৰহিত্য়ত এটা বিশাল কি আয়োজন কৰা হৈছিল?

উত্তৰঃ উৎসৱৰ আয়োজন কৰা হৈছিল।

 

১২। চুলতানৰ মৃত্য়ুৱে কি বন্ধ কৰিব পৰা নাছিল?

উত্তৰঃ যুদ্ধ বন্ধ কৰিব পৰা নাছিল। 


১৩। বুক্কই উত্তৰ আৰু পূৱ সীমান্তৰ সমস্য়া নিজৰ সন্তুষ্টিমতে কি কৰিব পাৰিছিল?

উত্তৰঃ সমাধান কৰিব পাৰিছিল।

.

১৪। বেলমা ৰজাই শ্ৰীশৈলম বিজয় কৰাৰ হেপাহ কি কৰা নাছিল?

উত্তৰঃ ত্য়াগ কৰা নাছিল। 


১৫। সময়ৰ সোতত পৰদেশীসকল শক্তিশালী হৈ পৰিছিল আৰু কেনেকৈ দল গঠন কৰিছিল?

উত্তৰঃ স্পষ্টকৈ দল গঠন কৰিছিল। 

.

১৬। ৰাজ্য়ই উত্তৰ পূব আৰু উত্তৰত অন্ধ্ৰ যৌথতন্ত্ৰৰ গোটেই সীমান্ত কি কৰিছিল?

উত্তৰঃ স্পৰ্শ কৰিছিল। 


১৭। প্ৰথম দেৱৰায়ে কৃষ্ণা-তুঙ্গভদ্ৰা দোৱাবৰ ওপৰত পুনৰ কি প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ কতৃত্ব প্ৰতিষ্ঠা কৰুছিল।

.

১৮। কিমান খৃঃত দ্বিতীয় দেৱৰায়ৰ মৃত্য়ু হৈছিল?

উত্তৰঃ ১৪৪৬ খৃঃত দ্বিতীয় দেৱৰায়ৰ মৃত্য়ু হৈছিল। 

.

১৯। বাহমনি ৰাজ্য়ৰ আক্ৰমণো কি কৰিছিল?

উত্তৰঃ বিফল কৰিছিল। 


২০। কৃষ্ণদেৱৰায়ে পুৰ্তুগীজসকলৰ সৈতে বন্ধুত্ৱপূৰ্ণ সম্পৰ্ক কি কৰিছিল?

উত্তৰঃ স্থাপন কৰিছিল। 



Type Bikash Bora 





Post ID : DABP005128