অধ্য়য়-৩
মোগল সাম্ৰাজ্য়ৰ প্ৰতিষ্ঠা
(Foundation of the Mughal Empire)
১। মোগল যুগৰ বুৰঞ্জী অধ্য়য়নৰ বাবে প্ৰচুৰ আৰু নিৰ্ভৰযোগ্য় কি তথ্য় পোৱা যায়?
উত্তৰঃ প্ৰামাণিক তথ্য় পোৱা যায়।
২। বিদেশী উৎসৱবোৰে মোগল যুগৰ ইতিহাস ৰচনাত প্ৰচুৰ তথ্য়ৰ কি ধৰে?
উত্তৰঃ যোগান ধৰে।
৩। ছেখ ৰিজকুল্লাহ মুষ্টাকিয়ে কি ভাষাত এই গ্ৰন্থখন ৰচনা কৰিছিল?
উত্তৰঃ পাৰ্চী ভাষাত এই গ্ৰন্থখন ৰচনা কৰিছিল।
৪। চাহজাহানৰ ৰাজত্ৱকালৰ ইতিহাস গুৰুত্ৱপূৰ্ণ কাৰ্য্য়ালয়ৰ কি পৰা জানিব পাৰি?
উত্তৰঃ বৃত্তান্তৰ পৰা জানিব পাৰি।
৫। ভাৰতীয় সভ্য়তাৰ অৱদানবোৰে আজিও কি ৰূপত আত্মপ্ৰকাশ কৰি আছে?
উত্তৰঃ জীৱন্ত ৰূপত আত্মপ্ৰকাশ কৰি আছে।
৬। ভাৰতত মোগল সাম্ৰাজ্য়ৰ কিহত আছিল জাহিৰুদ্দিন মহম্মদ বাবৰ?
উত্তৰঃ প্ৰতিষ্টাত আছিল।
৮। বাবৰৰ কিমান বছৰ বয়সত পিতৃৰ মৃত্য়ু হোৱাত বাবৰ ফৰগনাৰ ৰজা হৈছিল?
উত্তৰঃ১২ বছৰ বয়সত।
৯। ভাৰতৰ ওপৰত অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ কিমান বাৰ ভাৰতলৈ অভিযান প্ৰেৰণ কৰিছিল?
উত্তৰঃ ৫ বাৰ।
১০। অসামৰিক আৰু সামৰিক প্ৰশাসনৰ ক্ষেত্ৰটো আকবৰে চেৰছাহৰ পথ কি কৰিছিল?
উত্তৰঃ অনুসৰণ কৰিছিল।
১১। হিমুৱে লিপ্ত হোৱা কিমান খন যুদ্ধৰ ভিতৰত এখনতো পৰাজয় হোৱা নাছিল?
উত্তৰঃ ২২ খন যুদ্ধৰ ভিতৰত এইনতো পৰাজয় হোৱা নাছিল।
১২। বৈৰাম খাঁ কত বাসিন্দা আছিল?
উত্তৰঃ বদখসানৰ বাসিন্দা আছিল।
১৩। আকবৰে প্ৰশাসনৰ বাঘজৰী নিজৰ হাতলৈ নিয়া বাবে কি হৈ পৰিছিল?
উত্তৰঃ আগ্ৰহী হৈ পৰিছিল।
১৪। আকবৰে বৈৰাম খাঁৰ বিৰুদ্ধে কোনসকলৰ অধীনত এটা বাহিনী প্ৰেৰণ কৰিছিল?
উত্তৰঃ ডাঙৰীয়াসকলৰ অধীনত এটা বাহিনী প্ৰেৰণ কৰিছিল।
১৫। আকবৰে ভৰণ-পোষণৰ বাবে বৈৰাম খাক এখন কি প্ৰদান কৰিছিল?
উত্তৰঃ জাগীৰ প্ৰদান কৰিছিল।
১৬। আকবৰে বিজয় অভিযান মালৱ বিজয়ৰে কি কৰিছিল?
উত্তৰঃ আৰম্ভ কৰিছিল।
১৭। আকবৰে মেৱাৰৰ প্ৰশাসন আচফ খানৰ ওপৰত কি কৰিছিল?
উত্তৰঃ অৰ্পণ কৰিছিল।
১৮। আকবৰে দীৰ্ঘদিনৰ পৰা কাশ্মীৰ লাভৰ আশা কি কৰি আছিল?
উত্তৰঃ পোষণ কৰি আছিল।
১৯। কিমান খৃঃত আকবৰে কান্দাহাৰ বিজয় আৰু দখল কৰিছিল?
উত্তৰঃ ১৫৯৬ খৃঃত।
২০। আকবৰে দুটা ইউৰোপীয়ান জাতি পুৰ্টুগীজ আৰু ইংৰাজৰ সৈতে কি লৈ আহিছিল?
উত্তৰঃ সম্পৰ্কলৈ আহিছিল।
Type Bikash Bora
Post ID : DABP005129