পাঠ 1
অখণ্ড সংখ্য়া
অনুশীলনী 1(A)


1. সত্য় নে অসত্য় কোৱা 一
(a) ধনাত্মক অখণ্ড সংখ্য়াবোৰক স্বাভাৱিক সংখ্য়া বুলিও কোৱা হয়।
উত্তৰঃ সত্য।

(b) '0' আৰু ঋণাত্মক অখণ্ড সংখ্য়াবোৰেৰে পূৰ্ণ সংখ্য়াৰ থূপটো গঠিত।
উত্তৰঃ অসত্য়।

(c) আটাইবোৰ অখণ্ড সংখ্য়াই পূৰ্ণ সংখ্য়া।
উত্তৰঃ অসত্য়।

(d) অখণ্ড সংখ্য়াৰেখাডাল দুয়োদিশে অসীমলৈ বিস্তাৰিত। 
উত্তৰঃ সত্য।

(e) যদি a + b = 0 তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত।
উত্তৰঃ সত্য়।


2. তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া 一
(a) আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্য়াটো কি?
উত্তৰঃ 1

(b) আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্য়াটো কি?
উত্তৰঃ - 1

(c) যদি a যিকোনো এটা অখণ্ড সংখ্য়া তেন্তে ইয়াৰ যোগাত্মক বিপৰীত সংখ্য়াটো কি?
উত্তৰঃ - a

(d) এটা অশূণ্য় অখণ্ড সংখ্য়া শূণ্য়ৰ পৰা যিমান দূৰত অৱস্থিত তাৰ যোগাত্মক বিপৰীতটো শূণ্য়ৰ পৰা সমান দূৰত্বত কোন দিশত থাকিব?
উত্তৰঃ বিপৰীত দিশত।

(e) যদি a>b আৰু b<c তেন্তে a<c আৰু a<b<c সত্য হ'বনে?
উত্তৰঃ হয়।


3. তলৰ উক্তিবোৰৰ সত্যতা নিৰূপণ কৰা 一

(a) যদি a, b, c যিকোনো অখণ্ড সংখ্য়া আৰু a<b তেন্তে 一 
    (i) a + c < b + c
উত্তৰঃ a < b
⇒ a + c < b + c ( দুয়োফালে c যোগ দিয়া হ'ল )
সত্য।

    (ii) a - c < b - c
উত্তৰঃ a < b
⇒ a - c < b - c ( দুয়োফালে c - বিয়োগ কৰা হ'ল )
সত্য।

(b) এটা ধনাত্মক অখণ্ড সংখ্য়াৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্য়া যোগ কৰিলে আমি সদায় এটা ধনাত্মক অখণ্ড সংখ্য়ায়েই পাম।
উত্তৰঃ 

(c) 53 - 71, 53 + 71 ৰ যোগাত্মক বিপৰীত।
উত্তৰঃ
53 -71 = - 13
আৰু 53 + 71  = 124
যোগাত্মক বিপৰীত নহয়।

(d) - 50 + 11 = 50 + ( -11) 
L.H.S: - 50 + 11
= - 39
R.H.S: 50 + (- 11)
= 39
∴ L.H.S = R.H.S
সত্য়।

(e) যদি a আৰু b যিকোনো অখণ্ড সংখ্যা তেন্তে a - (- b) = a + b

(f) যদি a ধনাত্মক অখণ্ড সংখ্য়া তেন্তে 0 < a