পাঠ ১
অখণ্ড সংখ্য়া
অনুশীলনী 1(C)


1. পূৰণ কৰা 一
(a) (-4) x 9
= -36

(b) 16 x (-8)
= -128

(c) (-15) x (-17)
= 255

(d) (-251) x (-1)
= 251

(e) (181) x (-5)
= -905

(f) (-13) x (-1) x (11)
= 143

(g) (15) x (-9) x (-4)
= 540

(h) (-48) x (-5) x (-4)
= -960

(i) (-3) x (-21) x (-5) x (-8)
= 2520

(j) (11) x (-15) x (-1) x (-1) x (-1)
= 165


2. সত্য়াপন কৰা 一
(a) 21 x [(-5) + 6] = 21 x (-5) + 21 x 6
L.H.S:
21 x [(-5) + 6]
= 21 x (6 - 5)
= 21 x 1
= 21

R.H.S:
21 x (-5) + 21 x 6
= (-105) + 126
= 21
∴ L.H.S = R.H.S

(b) [(-61) x (-8)] x (-5) = (-61) x [(-8) x (-5)]
L.H.S:
[(-61) x (-8)] x (-5)
= 488 x (-5)
= -2440

R.H.S: 
(-61) x [(-8) x (-5)]
= (-61) x 40
= -2440
∴ L.H.S = R.H.S

(c) (-58) x (-9) = (-9) x (-58)
L.H.S: 
(-58) x (-9)
= 522

R.H.S: 
(-9) x (-58)
= 522
∴ L.H.S = R.H.S


3. (a) দুটা অখণ্ড সংখ্য়াৰ পূৰণফল 41; তাৰে এটা (-1) হ'লে আনটো কি?
উত্তৰঃ 41 ÷ (-1) = (-41)
∴ আনটো সংখ্য়া হৈছে (-41)

(b) দুটা অখণ্ড সংখ্য়াৰ পূৰণফল (-24) হ'লে সংখ্য়া দুটা কি কি হ'ব পাৰে নিৰ্ণয় কৰা।
উত্তৰঃ সংখ্য়া দুটা 2 আৰু (-12) হ'ব পাৰে।

(c) দুটা অখণ্ড সংখ্য়াৰ পূৰণফল 32 হ'লে সংখ্য়া দুটা কি কি?
উত্তৰঃ সংখ্য়া দুটা 4 আৰু 8 হ'ব পাৰে।


4. হৰণ কৰা 一 
(a) 21 ÷ (-3)
= -7

(b) (-35) ÷ 7
= -5

(c) (-63) ÷ -9
= 7

(d) 0 ÷ (-8)
= 0

(e) (-105) ÷ (-1)
= 105

(f) [(-8) x 9] ÷ (-18)
= (-72) ÷ (-18)
= 4

(g) [(-51) + 50] ÷ [15+ (-16)]
= (-2550) ÷ (-1)
= 2550

(h) [(-5) x 7] ÷ [5 x (-7)]
= (-35) ÷ (-35)
= 1


5. (i) যদি a ÷ (-7) = 6 তেন্তে অখণ্ড সংখ্য়া a উলিওৱা।
উত্তৰঃ 
÷ (-7) = 6
⇒ a = 6 x (-7)
⇒ a = -42

(ii) যদি 105 ÷ b = 15 তেন্তে b ৰ ঠাইত কি অখণ্ড সংখ্য়া পাতিব পৰা যাব?
উত্তৰঃ 
105 ÷ b = 15
⇒ 105 = 15 x b
⇒ b = 105 ÷ 15
⇒ b = 7
∴ ৰ ঠাইত 7 পাতিব পৰা যাব।

(iii) a, b আৰু p অখণ্ড সংখ্য়া। এতিয়া (a +b) ÷ (a - b) = p হোৱাকৈ a, b আৰু p ৰ পাণচটা অখণ্ড সংখ্য়াৰ গোট নিৰ্ণয় কৰা।
উত্তৰঃ 
গোটঃ
(i) a = 6
b = 2
আৰু p = 2
(ii) a = 10
b = 5
আৰু p = 3
(iii) a = 15
b = 10
আৰু p = 5
(iv) a = 8
b = 4
আৰু p = 3
(v) a = 12
b = 6
আৰু p = 3


6. তলত দিয়া প্ৰতিটো গোট সৰল কৰা আৰু যি যি মান পালা সেইবিলাক সমান হয়নে পৰ্যবেক্ষণ কৰা।
(i) (5 x 4) + 7
= 20 + 7
= 27

(ii) [(-5) x (-4)] + 7
= 20 + 7
= 27

(iii) 7 + (5 x 4)
= 7 + 20
= 27

(iv) 7 + [(-5) x (-4)]
= 7 + 20
= 27

(v) 7 + [(-4) x (-5)]
= 7 + 20
= 27

(vi) (4 x 5) + 7
= 20 + 7
= 27

(vii) 7 + [-{-(4 x 5)}]
= 7 + 20
= 27

(viii) -[-7+{-(4 x 5)}]
= -[-7 + (-20)]
=-(-27)
= 27

(ix) {(5 x 4) ÷ 2} + 10 + 7
= (20 ÷ 2) + 17
= 10 + 17
= 27

(x) 5 x 4 ÷ 2 + 10 + 7
= 20 ÷ 2 + 10 + 7
= 10 + 17
= 27




Post ID : DABP004153