পাঠ ২
ভগ্নাংশ আৰু দশমিক

অনুশীলনী 2(D)


1. উপযুক্ত চিন (>, < বা =) খালী ঠাইত বহুওৱা।



















2. উপযুক্ত স্থানত দশমিক স্থাপন কৰা一
(i) 62.359 ÷ 100 = 0.62359
(ii) 0.7235 x 10 = 7.235
(iii) 0.36 ÷ 1000 = 0.00036
(iv) 0.02 ÷ 1000 = 0.00002


3. তলৰ ভগ্নাংশবিলাকৰ দশমিক ৰূপ কি হ'ব উলিওৱা一












4. (i) 0.5 চেমিক মিটাৰত প্ৰকাশ ৰা।
উত্তৰঃ
∵ 100 চেমি = 1 মিটাৰ
∴ 0.5 চেমি = 0.5 ÷ 100 = 0.005 মিটাৰ

(ii) 47 মিমি ক চেমি, মিটাৰ আৰু কিমিত প্ৰকাশ কৰা।
উত্তৰঃ 
∵ 10 মিমি = 1 চেমি
100 চেমি = 1 মিটাৰ
1000 মি = 1 কিমি
∴ 47 মিমি = 47 মিমি ÷ 10 = 4.7 চেমি
আকৌ, 4.7 চেমি ÷ 100 = 0.047 মিটাৰ
আকৌ, 0.047 মিটাৰ = 0.000047 কিমি

(iii) 50 গ্ৰামক কিগ্ৰাত প্ৰকাশ কৰা।
উত্তৰঃ ∵ 1000 গ্ৰাম = 1 কিগ্ৰা
∴ 50 গ্ৰাম ÷ 1000 = 0.005 কিগ্ৰা

(iv) 64 কিগ্ৰা 80 গ্ৰামক গ্ৰামত প্ৰকাশ কৰা।
উত্তৰঃ
∵ 1000 গ্ৰাম = 1 কিগ্ৰা
∴ 64 কিগ্ৰা = 64 কি গ্ৰা x 1000 = 64000 গ্ৰাম
∴ 64 কিগ্ৰা 80 গ্ৰাম = 64000 গ্ৰাম + 80 গ্ৰাম = 64080 গ্ৰাম


5. তলৰ সংখ্য়াবোৰ যোগ কৰা।
(i) 64.059 + 4.358 + 0.008 + 91
= 159.425

(ii) 5.005401 + 64.38 +9156.333 + 5.05
= 930.768401


6. ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা一
(i) 0.0058 - 0.00058
= 0.00522

(ii) 6498.54 - 64.9854
= 6433.5546

(iii) 489.543, 1989.782
এতিয়া, 
1989.782 - 489.543
= 1500.239


7. পূৰণ কৰা一
(i) 645.31 x 1.015
= 654.98965

(ii) 34.45 x 0.0001
= 0.003445

(iii) 11.54 x 31.01
= 357.8554

(iv) 0.0042 x 0.023
= 0.000966

(v) 1.001 x 1.1
= 0.1011

(vi) 982 x 0.453
= 444.846


8. হৰণ কৰা一
(i) 4.31 ÷ 1000 = 0.00431

(ii) 129.6 ÷ 40 = 3.24

(iii) 7.7496 ÷ 1.2 = 6.458

(iv) 207.885 ÷ 0.25 = 831.54


9. সত্য় নে অসত্য় পৰীক্ষা কৰা一


















Post ID :DABP003683