অধ্য়য়-৫

মধ্য় যুগৰ ভাৰতৰ ধৰ্ম, সাহিত্য়, কলা আৰু স্থাপত্য়

(Syncretism in Medieval India: Religion, Literature, Art and Architecture)

১। ভাৰতীয় সাহিত্য়ৰ বুৰঞ্জীত মোগলসকলে এটা নতুন কি সূচনা কৰিছিল?

উত্তৰঃ যুগৰ সূচনা কৰিছিল। 

২। গিয়াছুদ্দিন মহম্মদে কানুন-ই-হুমায়ুনি কি ৰচনা কৰিছিল?

উত্তৰঃ গ্ৰন্থখন ৰচনা কৰিছিল। 

৩। মহান মোগল যুগৰ এজন বিখ্য়াত ঐতিহাসিক লিখক কোন আছিল?

উত্তৰঃ আবুল ফজল।

৪। আকবৰৰ ৰাজত্ৱকালৰ বিভিন্ন বিভাগৰ কিহৰ ভঁড়াল আছিল?

উত্তৰঃ জ্ঞানৰ ভঁড়াল আছিল। 

৫। সাজোন আৰু সৌন্দৰ্য্য়ৰ বাবে মোগল স্থাপত্য় কি হৈ পৰিছিল?

উত্তৰঃ বিখ্য়াত হৈ পৰিছিল। 

৬। চেৰছাহৰ ৰাজত্ৱকালত হোৱা নিৰ্মাণ কাৰ্যইও ভাৰতীয় শিল্পকলাৰ ইতিহাস কি কৰিছে?

উত্তৰঃ সমৃদ্ধ কৰিছে। 

৭। হিন্দু আৰু মুছলমানৰ পুনৰমিলনৰ হকে কি দিছিল?

উত্তৰঃ থিয় দিছিল। 

৮। আত্ম অভিজ্ঞতা অবিহনে সত্য় কি কৰাৰ আন কোনো পথ নাই?

উত্তৰঃ উপলদ্ধি কৰাৰ আন কোনো পথ নাই। 

৯। চুফীবাদৰ ওপৰত কেবাখনো কি ৰচনা কৰিছিল?

উত্তৰঃ গন্থ ৰচনা কৰিছিল।

১০। আৰম্ভণিৰে পৰা চুফী সাধুসকল শাসকসকলৰ পৰা পৰম কি লাভ কৰিছিল?

উত্তৰঃ শ্ৰদ্ধা লাভ কৰিছিল। 

১১। খাৱজা মইনুদ্দিন চিস্তি বহুতো কি বিষয়ৰ সৈতে সংযুক্ত আছিল?

উত্তৰঃ আচাৰ্য্য়জনক বিষয়ৰ সৈতে সংযুক্ত আছিল। 

১২। আধ্য়াত্মিক বিকাশৰ গুৰুত্ৱপূৰ্ণ মাইলৰ কি বুলি দুটা ধাৰণাক কোৱা হয়?

উত্তৰঃ খুটি বুলি দুটা ধাৰণাক কোৱা হয়। 

১৩। জিকিৰ দৰে ফিকিৰৰো বিভিন্ন কি আছে?

উত্তৰঃ ৰূপ আছে। 

১৪। চুফী ভক্তসকলে বহু প্ৰকাৰৰ কি গ্ৰহণ কৰিছিল?

উত্তৰঃ জিকিৰ গ্ৰহণ কৰিছিল। 

১৫। ভক্তসকলে প্ৰতিটো খোজ দিওতে কি হোৱা উচিত?

উত্তৰঃ সতৰ্ক হোৱা উচিত। 

১৬। চুফী এজন সম্পূৰ্ণ কি?

উত্তৰঃ মানুহ। 

১৭। চুফীৰ সাহিত্য়িক অৰ্থ ভিন্ন প্ৰকাৰে কি কৰা হৈছিল?

উত্তৰঃ ব্য়াখ্য়া কৰা হৈছিল। 

১৮। হিন্দু আৰু মুছলমান শিষ্য়ৰ মাজত নানকৰ মৃত শৰীৰটোৰ ক লৈ বিবাদ হৈছিল?

উত্তৰঃ সৎকাৰক লৈ বিবাদ হৈছিল। 

১৯। কবীৰৰ কবিতাবোৰ আৰু গীতবোৰ এইখনত কি কৰিছিল?

উত্তৰঃ সন্নিবিষ্ট কৰিছিল। 

২০। সকলো সংস্কাৰকে অসংখ্য় দেৱতাক আৰু অৱতাৰক পূজা কৰাৰ কি কৰিছিল?

উত্তৰঃ বিৰোধীতা কৰিছিল। 



Type Bikash Bora