অনুশীলনী 3.1

1। প্ৰথম 10 টা স্বাভাৱিক সংখ্য়াৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা।

সমাধান প্ৰথম 10 টা স্বাভাৱিক সংখ্য়া 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 

                গড় = 

                ডাঙৰ সংখ্য়া =10

                সৰু সংখ্য়া = 1

                প্ৰসাৰ = (10-1) = 9

2। জিলা ভিক্তিক খেল প্ৰতিযোগীতাত 12 খন বিদ্য়ালয়ে অংশ গ্ৰহণ কৰিছিল। প্ৰতিখন বিদ্য়ালয় লাভ কৰা পদকৰ তালিকা এনে ধৰণৰ :- 11, 8, 13, 6, 10, 15, 18, 9, 11, 12.

সমাধান 

(i) লাভ কৰা আটাইতকৈ বেছি পদকৰ সংখ্য়া = 18. 

(ii) লাভ কৰা আটাইতকৈ কাম পদকৰ সংখ্য়া = 6.

(iii) প্ৰসাৰ = 18-6=12.

(iv) গড় = 

                        

3। এজন ছাত্ৰই যোৱা মূল্য়ায়নত লাভ কৰা নম্বৰৰ তালিকা তলত দিয়া ধৰণৰ।

সমাধান নম্বৰৰ তালিকা

গণিত-75

অসমীয়া-73

সমাজ বিজ্ঞান-69

বিজ্ঞান-82

ইংৰাজী-67

হিন্দী-78

মুঠ নম্বৰ – 75+73+69+82+67+78 = 444

গড় = 

4। এখন বিদ্য়ালয়ৰ যোৱা পাঁচবছৰৰ হাইস্কুল শিক্ষাত পৰীক্ষাত উত্তীৰ্ন হোৱা ছাত্ৰ-ছাত্ৰী সংখ্য়া ক্ৰমে 40, 62, 68, 48, 52 গৰাকী। বিদ্য়ালয় খনত হোৱা ছাত্ৰ-ছাত্ৰীৰ গড় নিৰ্ণয়?

সমাধান হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী 

                 গড় = 

5। এজন ক্ৰিকেট খেলুৱৈয়ে আঠটা ইমিংছত তলত দিয়া ধৰণৰ ‘স্ক’ ৰ কৰে : 77, 41, 101, 36, 47 খেলুৱৈ জনৰ গড় স্কৰ উলিওৱা?

সমাধান গড় 
                                                            = 50.875

6। 7 জন লৰাৰ ওজন ক্ৰমে 36, 32, 30, 28, 32, 33, 26 kg 

(i) লৰা কেইজনৰ ওজন গড় নিৰ্ণয় কৰা।

(ii) 30 kg কৈ বেছি ওজন কিমানজন লৰা আছে।

(iii) 25 kg কৈ কম ওজনৰ লৰা ওপৰৰ তালিকাত আছেনে?

                যদি আছে কিমানজন আছে।

সমাধান 

            (i) গড় =

                             

(ii) 30 kg কৈ ওজনৰ বেছি লৰা = 4 জন।

(iii) 25 kg কৈ কম ওজনৰ লৰা নাই।

 7। মীৰাই তেওঁলোকৰ আত্মসহায়ক গোটত যোৱা পাঁচটা মাহত 500 টকা, 600 টকা, 700 টকা, আৰু 500 টকাকৈ সঞ্চয় কৰিলে। তেওঁৰ প্ৰতিমাহত গড় সঞ্চয় কিমান?

সমাধান মীৰাই 5টা মাহত সঞ্চয় কৰা মুঠ টকা

= (500+600+700+500) = 2900 টকা

                গড় = = 580 টকা।



8। প্ৰাথমিক বিদ্য়ালয়খনৰ শ্ৰেণীসমূহ ছাত্ৰ-ছাত্ৰী সংখ্য়া তলত দিয়া ধৰণৰ

প্ৰথম

দ্বিতীয়

তৃতীয়

চতুৰ্থ

পঞ্চম

26

32

34

28

30

        বিদ্য়ালয়খন ক্ষেণীসমূহ ছাত্ৰ-ছাত্ৰীৰ গড় সংখ্য়া নিৰ্নয় কৰা?

প্ৰথম সামায়িকীয়ৰ পিছত দ্বিতীয় আৰু পঞ্চম শ্ৰেণীত ক্ৰমে 3 জন আৰু 2 জন ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ নামভৰ্ত্তি কৰিলে তেতিয়া বিদ্য়ালয়ৰ শ্ৰেণীসমূহ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া নতুন গড় নিৰ্নয় কৰা?

সমাধান

গড় = 

প্ৰথম সাময়িকীৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে গড়সংখ্য়া

        



Author- Bikash Bora