অনুশীলনী 3.3                                                

1। দণ্ডচিত্ৰৰ সহায়ত প্ৰশ্নবোৰৰ উত্তৰ লিখা

(a) এখন বিদ্য়ালয়ৰ বিভিন্ন খেল ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া দণ্ডলেখ সহায়ত দেখুওৱা হৈছে। লেখটো অধ্য়য়ৰ কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ উলিওৱা।



    (i) কিমান গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ফুটবল ভাল পায়?

    (ii) চাৰিওবিধ খেল ভালপোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া কিমান?

    (iii) আটাইতকৈ বেছি আৰু আটাইতকৈ কম ভালপোৱা খেল                 চুবিধৰ মাজত ছাত্ৰ-ছাত্ৰীৰ পাৰ্থক্য় কিমান?

সমাধান

    (i) 60 গৰাকীয়ে ফুটবল খেল ভাল পায়।

    (ii) মুঠ ছাত্ৰ-ছাত্ৰী 40+60+45+50 = 195 জন।

    (iii) আটাইতকৈ বেছি ভাল পোৱা আৰু আটাইতকৈ কম ভাল                 পোৱা খেল দুবিধ মাজৰ ছাত্ৰ-ছাত্ৰী পাৰ্থক্য় = (60-40) = 20

(b) গণিতৰ পৰীক্ষাত 60, 65, 70, 75, 80, এই নম্বৰ সমূহ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া দণ্ডচিত্ৰ সহায়ত দেখুওৱা হৈছে।

(i) কিমান জন ছাত্ৰ-ছাত্ৰীয়ে 70 তকৈ বেছি নম্বৰ লাভ কৰিছে?

(ii) কেইজন ছাত্ৰ-ছাত্ৰীয়ে সমান নম্বৰ লাভ কৰিছে আৰু কিমান­?

(iii) 65 আৰু 75 এই নম্বৰটো লাভ কৰা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া কিমান?

সমাধান

           (i) 4+5+3 = 12 জন ছাত্ৰ-ছাত্ৰীয়ে।

           (ii) 60 আৰু 70 নম্বৰ লাভ কৰিছে 4 জনকৈ ছাত্ৰ-ছাত্ৰীয়ে।

            (iii) 6+5 = 11 জন ছাত্ৰ-ছাত্ৰীয়ে।

 2। সাতোঁৰৰ প্ৰশিক্ষণ কেন্দ্ৰ এটাত যোৱা পাঁচটা বছৰত নাম উৰ্ত্তি কৰা প্ৰশিক্ষৰ্থী সংখ্য়া তলত দিয়া বীৰনৰ

বছৰ

2014

2015

2016

2017

2018

প্ৰশিক্ষাৰ্থী সংখ্য়া

650

700

450

500

600

 

উপযুক্ত স্কেল ব্য়ৱহাৰ কৰি এটা দণ্ডলেখ প্ৰস্তুত কৰা আৰু লগতে তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়া?

           (i) আটাইতকৈ বেছি প্ৰশিক্ষাৰ্থী কোনটো বছৰত আছে?

           (ii) 2014, 2015, আৰু 2016 এই তিনিটা বছৰত নাম ভৰ্ত্তি কৰা             মুঠ প্ৰশিক্ষাৰ্থী সংখ্য়া কিমান?

সমাধান



            (i) আটাইতকৈ বেছি প্ৰশিক্ষৰ্থী 2015 চনত আছে।

            (ii) 2014, 2015, আৰু 2016 ৰ নাম ভৰ্ত্তি কৰা ণুঠ প্ৰশিক্ষৰ্থী                     সংখ্য়া = 650+700+450 = 1800 জন।

 3। তলৰ বিভিন্ন ধৰণৰ ৰং ভালপোৱা আৰু বেয়া পোৱা ছাত্ৰ-ছাত্ৰীৰ এখন তালিকা প্ৰস্তুত কৰা হ 

ৰঙৰ নাম

নীলা

সেউজীয়া

ৰঙা

বেঙুনীয়া

ভাল পোৱা ছাত্ৰ-ছাত্ৰী

14

15

12

14

বেয়া পোৱা ছাত্ৰ-ছাত্ৰী

7

10

6

5

 

উপযুক্ত স্কেল ব্য়ৱহাৰ কৰি উক্ত তথ্য়ৰ পৰা দ্বৈত দণ্ডলেখ অংকন কৰা।

সমাধান


4। এজন ছাত্ৰই মুঠ আৰু সপ্তম শ্ৰেণীৰ চাৰিওটা মূল্য়য়ন 200 নম্বৰ ভিতৰত লাভ কৰা নম্বৰ সমূহ তলত দিয়া হল। উপযুক্ত স্কেল ব্য়ৱহাৰ কৰি এটা দ্বৈত দণ্ডলেখ অংকন কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰৰ দিয়া।

শ্ৰেণী

ইংৰাজী

গণিত

বিজ্ঞান

অসমীয়া

 

সমাজ বিজ্ঞান

ষষ্ঠ

144

164

160

134

 

170

সপ্তম

130

175

170

165

150

 

(i)    কোনটো বিষয়ত ছাত্ৰজনে আটাইতকৈ উন্নত ফল দেখুওৱা?

(ii)   কোনটো বিষয়ত কৃতকাৰ্যতাৰ স্তৰ একেবাৰে নিম্ন?

(iii) সৰ্বাধিক নম্বৰ পোৱা বিষয় আৰু শ্ৰেণীটো কি?

সমাধান

 


    (i) গণিত।

    (ii) ইংৰাজী।

        (iii) গণিত আৰু সপ্তম।

5। এখন কিতাপৰ দোকানৰ চাৰিটা বছৰত বিক্ৰী হোৱা ইংৰাজী আৰু অসমীয়া কিতাপৰ সংখ্য়া তলত দিSয়া হয়। তালিকা খনৰ পৰা উপযুক্ত স্কেল ব্য়ৱহাৰ কৰি দ্বৈত দণ্ডলেখ অংকন কৰা আৰু প্ৰশ্নবোৰ উত্তৰৰ দিয়া?

বছৰ

2014

2015

2016

2017

ইংৰাজী

350

400

300

600

অসমীয়া

500

600

450

650

       (i) আটাইতকৈ বেছি অসমীয়া কিতাপ কোনটো চনত বিক্ৰী                 হৈছিল?   
       (ii) 2016 চনত বিক্ৰী হোৱা অসমীয়া আৰু ইংৰাজী কিতাপৰ             পাৰ্থক্য় কিমান?

(        (iii) 2015 চনত মুঠ কিমান কিতাপ বিক্ৰী হৈছিল?           

সমাধান


 

            (i) 2017 চনত।

            (ii) পাৰ্থক্য় = 450-300 = 180

        (iii) 400+600 = 1000 খন।



Author- Bikash Bora