অনুশীলনী 4.1

1। তলৰ উক্তিবোৰৰ সমীকৰণত প্ৰকাশ কৰা।

(i)            এটা সংখ্য়াৰ 6 গুণৰ 5 যোগ কৰিলে 35 পোৱা যাব।

(ii)           এটা সংখ্য়াৰ এক চতুৰ্থাংশ 9ৰ সমান।

(iii)         এটা সংখ্য়াৰ 5 গুণ, 20 তকৈ বেছি।

(iv)         10 পাবলৈ এটা সংখ্য়াৰ 7 গুণৰ লগত 3 যোগ কৰা।

(v)           এক পঞ্চমাংশৰ পৰা 4 বিয়োগ কৰিলে 2 পোৱা যায়।

(vi)       ৰ গুণ 20ৰ সমান।

(vii)        এটা সংখ্য়াৰ তিনি গুণৰ পৰা 1 বিয়োগ কৰিল 2 হয়।

(viii)       40 পাবলৈ এটা সংখ্য়াক 10 ৰে হৰণ কৰি 10 বিয়োগ কৰা।

সমাধান   




2। তলৰ সমীকৰণবোৰ উক্তি আকাৰত লিখা।


সমাধান

(i)            এটা সংখ্য়া গুণৰপৰা 4 বিয়োগ কৰিলে 5 পোৱা যাব।

(ii)        ক 3 ৰে হৰণ কৰিলে হৰণহৰণফলৰ লগত 6 যোগ কৰিলে পোৱা যাব।

(iii)         এটা সংখ্য়া 7 গুণ 42 ৰ সমান।

(iv)         এটা সংখ্য়াক 6 ৰে হৰণ কৰিলে 2 পোৱা যাব।

(v)           এটা সংখ্য়াৰ 5 গুণৰ লগত 7 যোগ কৰিলে 2 পোৱা যাব।

(vi)         এটা সংখ্য়াৰ আধাৰ পৰা 1 বিয়োগ কৰিলে 4 পোৱা যাব।

3। তলৰ উক্তিবোৰৰ পৰা এটাকৈ সমীকৰণ গঠন কৰা।

(i)            অনুপমা, নিৰুপমা আৰু উপমাৰ বয়সৰ সমষ্টি 22 বছৰ, অৰুপমা নিৰুপমাতৰৈ 1 বছৰ সৰু; উপমা নিৰুপমাতকৈ 2 বছৰ ডাঙৰ। নিৰুপমাৰ বয়সেৰে সমীকৰণ গঠন কৰা।

(ii)           অঞ্জনৰ ককাকৰ বয়স 72 বছৰ। ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি।

(iii)         এটা বৰ্গৰ পৰিসীমা 32 চে মি।

(iv)         ৰমেনৰ দেউতাকে প্ৰতি কি গ্ৰা 20 টকা দৰত আলু আৰু প্ৰতি কি গ্ৰা 10 টকা দৰত পিয়াঁজ কিনিলে।

(v)             ত্ৰিভুজৰ দুটা কোণৰ মাপ আটাইতকৈ সৰু কোণটোৰ যথাক্ৰমে দুগুণ আৰু তিনিগুণ। ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180°

সমাধান

4। বন্ধনীৰ ভিতৰত থকা মানটোত সমীকৰণটো সিদ্ধ হয় নে নহয় কোৱা।

সমাধান

5বন্ধনীৰ ভিতৰত থকা মানটো সমীকৰণটোৰ এটা সমাধান হয় নে নহয় পৰীক্ষা কৰা।

সমাধান  

6.  ৰ ঠাইত বিভিন্ন মান বহুৱাই সমাধানৰ চেষ্টা কৰা (ভুল আৰু চেষ্টা পদ্ধতি)

সমাধান

   



Author- Bikash Bora