অনুশীলনী 4.3
1। তলত দিয়া সংখ্যাবোৰৰ বাবে সমীকৰণ গঠন কৰা আৰু সমীকৰণ সমাধান কৰি সংখ্যাবোৰ নিৰ্ণয় কৰা।
(i) এটা সংখ্যাৰ 5 গুণৰ পৰা 7 বিয়োগ কৰিলে বিয়োগফল ৪ হয়।
(ii) এটা সংখ্যাৰ এক তৃতীয়াংশ 5তকৈ 2 বেছি।
(iii) 10 পাবলৈ এটা সংখ্যাৰ 3 গুণৰ লগত 4 যোগ কৰা।
(iv) জহিবলে এটা সংখ্যাৰ লগত 6 যোগ কৰি, যোগফলক 3ৰে হৰণ কৰিলে 4 পায়।
(v) এটা সংখ্যাৰ দুই-তৃতীয়াংশৰ পৰা 4 বিয়োগ কৰিলে 7 পোৱা যায়।
(vi) এটা সংখ্যাৰ 6 গুণ 24 ৰ সমান।
(vii) এটা সংখ্যার এক-চতুর্থাংশৰ লগত 5 যোগ কৰিলে 6 পোৱা যায়।
(viii) এটা সংখ্যাৰ তিনি-চতুর্থাংশ 12 ৰ সমান
সমাধান
2। অমল, ৰমেন আৰু অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা এনে ধৰণৰ ৰমেনৰ দুয়ো পকেটত মিলি থকা মাৰ্বল অমলৰ পকেটত থকা মাৰ্ললৰ দুগুণ। অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা 11। তেওঁলোকৰ তিনিওজনৰ লগত থকা মাৰ্বলৰ সংখ্যা 50 টা হ’লে, ৰমেন আৰু অনুপৰ লগত থকা মাৰ্বলৰ সংখ্যা কিমান?
সমাধান ধৰা হ’ল, অমলৰগ পকেটত থকা মাৰ্বল সংখ্য়া =
3। এটা ভগ্নাংশৰ হব লবতকৈ 4 বেছি। যদি ল'ব আৰু হৰৰ সৈতে 1 যোগ কৰা হয় তেন্তে ভগ্নাংশটোৰ মান হয়। ভগ্নাংশটো উলিওৱা।
4। এটি আয়তৰ দৈর্ঘ্য, প্রস্থতকৈ 5 চেমি বেছি। আয়তটোৰ পৰিসীমা 26. চেমি হ’লৈ আয়তটোৰ কালি উলিওৱা।
সমাধান ধৰা হ’ল আয়তটো প্ৰস্থ = cm
5। আৰিফুলৰ মাকৰ বয়স, আৰিফুলৰ ভণ্টী ৰেহানাৰ বয়সৰ 4 গুণ। বেহানা আৰিফুলতকৈ 4 বছৰৰ সৰু। বেহানাৰ মাকৰ বয়স 32 বছৰ হ’লে আৰিফুল আৰু ৰেহানাৰ বয়স কিমান?
আৰিফুল মাকৰ বয়স = 32
6। অনুপম, বাহুল আৰু জাহিৰুলৰ বয়সৰ সমষ্টি 22 বছৰ। অনুপম ৰাহুলতকৈ 1 বছৰৰ সৰু। জাহিৰুল বাহুলতকৈ 2 বছৰৰ ডাঙৰ হ’লৈ তেওঁলোকৰ বয়স নির্ণয় কৰা।
7। অঞ্জনৰ ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি। অঞ্জনৰ ককাকৰ বয়স 72 বছৰ হ’লৈ অঞ্জনৰ বয়স নির্ণয় কৰা।
8) বীন, নৰেন, শ্রেয়া, অনুভব, ইৰফান আৰু পাৰুমাই গণিতৰ পৰীক্ষাত পোৱা নম্বৰ এনে ধৰণৰ— শ্রেয়াই পোৱা নম্বৰ নৰেনৰ দুগুণ, অনুভৱে শ্রেয়াতকৈ 5 নম্বৰ কম পাইছে, ইৰফান আৰু নৰেনৰ নম্বৰৰ যোগফল 105, ৰবীনে পাৰুমাতকৈ 5 নম্বৰ কম পাইছে আৰু পান্থুমাই ইৰফানতকৈ 15 নম্বৰ বেছি পাইছে। তেওঁলোকে পোৱা নম্বৰৰ সমষ্টি 435 হলে প্রতিজনে পোৱা নম্বৰ নিৰ্ণয় কৰা।
ইৰভান আৰু নৰেনৰ গণিতৰ নম্বৰ = 150
পাৰুমাই গণিত নম্বৰ = 150 -+15=120-
বীনৰ গণিতৰ নম্বৰ = 120 --15=115-
প্ৰশ্নমতে, +2
+2
-5+105-
+120-
+115-
=435
শ্ৰেয়া নম্বৰ =2×50=100
ইৰভান নম্বৰ = 105 -50=55
বীনৰ নম্বৰ = 115 -50=65
9। তিনিটা ক্রমিক অযুগ্ম সংখ্যাৰ যোগফল 75 হ'লে, সংখ্যা তিনিটা নিৰ্ণয় কৰা। 10. দুটা ক্রমিক যুগ্ম সংখ্যাৰ যোগফল 38 হ’লে সংখ্যা দুটা নির্ণয় কৰা।
10। দুটা ক্ৰমিক যুগ্ম সংখ্য়াৰ যোগফল 38 হ’লে সংখ্য়া দুটা নিৰ্ণয় কৰা।
11। দুই অংকীয়া সংখ্যা এটাৰ দহকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকৰ 3 গুণ। সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰি পোৱা নতুন সংখ্যা আৰু মূল সংখ্যাটোৰ সমষ্টি ৪৪ হ'লে, মূল সংখ্যাটো নিৰ্ণয় কৰা।
12। তিনিটা ক্রমিক সংখ্যাৰ যোগফল 48 হলে সংখ্যা তিনিটা নিৰ্ণয় কৰা।
13। দুটা সংখ্যাৰ যোগফল 40। এটা সংখ্যা আনটোতকৈ 10 বেছি, সংখ্যা দুটা নির্ণয় কৰা।
4 বছৰ পিছত বিজয়ৰ বয়স হ’ব =(+4)
4 বছৰ পিছত অজয় বয়স হ’ব ={(-5)+4}=(
-1)
সমাধান ৰমেনৰ বৰ্তমান বয়স = বছৰ
5 বছৰ পাছত ৰমেনৰ বয়স =(+5) বছৰ
5 বছৰ পাছত দেউতাকৰ বয়স =(4+5) বছৰ
18। দুখন মেজ আৰু তিনিখন চকীৰ মুঠ দাম 705 টকা, এখন মেজৰ দাম চকীৰ দামতকৈ 40 টকা বেছি হ'লে মেজ আৰু চকীৰ দাম নির্ণয় কৰা।
19। দুটা পূৰক কোণৰ মাপৰ পাৰ্থক্য 12° হ’লে কোণ দুটা নিৰ্ণয় কৰা।
সমাধান ধৰা হ’ল এটা কোণৰ মাপ = °
এটা কোণৰ মাপ = 51°
আন কোণৰ মাপ = (90 - 51) = 39°
Author- Bikash Bora