প্ৰশ্নঃ কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় ? 

উত্তৰঃ আগৰৱালাই কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ সুৱলাকৈ ভাঙনি কৰে ।সেইবাবে তেওঁক ভাঙনি কোঁৱৰ বুলি কোৱা হয় ।