Chapter: 1

দিল্লী চুলতানী ব্যাখ্যাৰে ঃ উৎসসমূহৰ পৰ্যালোচনা 

Interpreting the Delhi Sultanate : Survey of Sources



১. কিমান খ্ৰীঃত নিজামী দিল্লীত উপস্থিত হৈছিল ?

উত্তৰঃ ১২০৬ খ্ৰীঃত নিজামী দিল্লীত উপস্থিত হৈছিল।

২. পাৰ্চী তাৰিখ পৰম্পৰাত লিখা উল্লেখযোগ্য ঐতিহাসিক গ্ৰন্থখন হ'ল ?

উত্তৰঃ পাৰ্চী তাৰিখ পৰম্পৰাত উল্লেখযোগ্য ঐতিহাসিক গ্ৰন্থখন হ'ল তাজ-উল-মাচিৰ। 

৩. তাজ-উল-মাচিৰ এই গ্ৰন্থখন কি ভাষাত লিখা হৈছিল ?

উত্তৰঃ তাজ-উল-মাচিৰ এই গ্ৰন্থখন তুৰ্কী ভাষাত লিখা হৈছিল।

৪. হাচান নিজামী এজন কি ভাষাৰ কবি আৰু বুৰঞ্জীবিদ আছিল ?

উত্তৰঃ হাচান নিজামী এজন পাৰ্চী ভাষাৰ কবি আৰু বুৰঞ্জীবিদ আছিল।

৫. কিমান খ্ৰীঃত তাবাকট-ই-নাচিৰি গ্ৰন্থখন লিখাসম্পূৰ্ণ হৈছিল ?

উত্তৰঃ ১২৫৯ খ্ৰীঃত তাবাকট-ই-নাচিৰি গ্ৰন্থখন লিখাসম্পূৰ্ণ হৈছিল। 

৬. তাবাকাৎ-ই-নাচিৰি পুথিখন মুঠ কিমান টা খণ্ড বিভক্ত আছিল?

উত্তৰঃ তাবাকাৎ-ই-নাচিৰি পুথিখন মুঠ ২৩ টা খণ্ড বিভক্ত আছিল।

৭. তাবাকাৎ-ই-নাচিৰি গ্ৰন্থখন কিহৰ পৰা লিখা হৈছিল ?

উত্তৰঃ তাবাকাৎ-ই-নাচিৰি গ্ৰন্থখন ইছলাম ধৰ্মৰ জন্মৰ ক্ষণৰ পৰা লিখা হৈছিল।

৮. তৰাইনৰ প্ৰথম যুদ্ধত কাৰ হাতত পৰাজিত হৈছিল ?

উত্তৰঃ তৰাইনৰ প্ৰথম যুদ্ধত মহম্মদ ঘোৰী পৃথ্বিৰাজৰ হাতত পৰাজিত হৈছিল।

৯. বাৰাণীৰ অন্য এখন গ্ৰন্থ কি ?

উত্তৰঃ বাৰাণীৰ অন্য এখন গ্ৰন্থ হ'ল 'ফাটোৱা-ই-জাহানদাৰী'।

১০. ১২২৭ খ্ৰীঃত কোন দিল্লীলৈ আহিছিল ?

উত্তৰঃ ১২২৭ খ্ৰীঃত মিনহাজ-ই-চিৰাজ জুজজানিচ দিল্লীলৈ  আহিছিল ।


Author: Krishna Bora