অনুপাতঃ 
(i) যদি 'a' আৰু 'b' দুটা একে এককত থকা একেজাতীয় ৰাশি হয়; তেন্তে ইহঁতৰ অনুপাত হ'ব a:b বা a/b ।

(ii) a:b এটা অনুপাত হ'লে a:b ক b:a ৰ বিপৰীত অনুপাত বোলা হয়।

(iii) a/b ক গুৰু অনুপাত বোলা হয়, যদি a>b অৰ্থাৎa/b>1।

(iv) a/b ক লঘু অনুপাত বোলা হয়, যদিহে a<b অৰ্থাৎ a/b<1।

(v) a/b ক সমান অনুপাত বোলা হয়, যদিহে a=b অৰ্থাৎ a/b=1।

(vi) দুটা বা ততোধিক অনুপাতৰ পূৰ্বপদবোৰৰ পূৰণফলক পূৰ্বপদ ধৰি আৰু উত্তৰ পদবোৰৰ পূৰণফলক উত্তৰ পদ ধৰি যি নতুন অনুপাত পোৱা যায়; তাকে মিশ্ৰ অনুপাত বোলা হয়। যেনে,
























 সমানুপাতঃ 
(i) a:b::c:d অৰ্থাৎ a/b=c/d ইয়াত 'a' আৰু 'b' ক প্ৰান্তীয় পদ। আকৌ 'b' আৰু 'c' ক মধ্য়পদ বুলি কোৱা হয়।
(ii) তিনিটা সমানুপাতিক ৰাশিৰ ক্ষেত্ৰত,



















 সমানুপাতৰ ধৰ্মঃ 
(a) a:b = c:d হ'লে, b:a = d:c (বিপৰীত ক্ৰিয়া)
(b) a:b = c:d হ'লে, a:c = b:d (একান্তৰ ক্ৰিয়া)