What does GUI stand for?
জি.ইউ.আই.-ৰ অৰ্থ কি?
Answer: Graphical User Interface System (চিষ্টেম)ৰ সৈতে বাৰ্তালাপ পৰিচালনা কৰিবলৈ Icon (আইকন), Menu (মেনু) আৰু Mouse (মাউচ) ব্যৱহাৰ কৰা Graphics (গ্ৰাফিক্স)-আধাৰিত Operating system interface (অপাৰেটিং চিষ্টেম ইণ্টাৰফেচ) (আইকনত ক্লিক কৰিবলৈ বা মেনুবোৰ তললৈ টানি নিবলৈ)।
Himadree Bora