What is first computer name?

 প্ৰথম কম্পিউটাৰ নাম কি?

Answer: প্ৰথম আধুনিক ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰটোক Atanasoff–Berry (আটানাছফ-বেৰী) কম্পিউটাৰ বা ABC (এবিচি) বুলি কোৱা হৈছিল। ইয়াক পদাৰ্থ বিজ্ঞানৰ অধ্যাপক John Vincent Atanasoff (জন ভিনচেণ্ট আটানাছফ) আৰু তেওঁৰ স্নাতক শিক্ষাৰ্থী Clifford Berry (ক্লিফৰ্ড বেৰী)য়ে ১৯৪২ চনত  Iowa State College (আইৱা ষ্টেট কলেজ)ত নিৰ্মাণ কৰিছিল, যাক এতিয়া Iowa State University (আইৱা ষ্টেট ইউনিভাৰ্চিটি) বুলি জনা যায়।



Himadree Bora