What is history?
ইতিহাস কি?
Answer: ইতিহাস হৈছে সময়ৰ সৈতে পৰিৱৰ্তনৰ অধ্যয়ন, আৰু ই মানৱ সমাজৰ সকলো দিশ সামৰি লয়। ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, বৈজ্ঞানিক, প্ৰযুক্তিগত, চিকিৎসা, সাংস্কৃতিক, বৌদ্ধিক, ধৰ্মীয় আৰু সামৰিক বিকাশ সকলো ইতিহাসৰ অংশ।
Himadree bora