When was first computer made?
প্ৰথম কম্পিউটাৰ কেতিয়া তৈয়াৰ কৰা হৈছিল?
Answer: 1945
১৯৪৫: পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ দুজন অধ্যাপক John Mauchly (জন মাউচলি) আৰু J. Presper Eckert (জে. প্ৰেছপাৰ একৰ্টে) Electronic Numerical Integrator and Calculator (ইলেক্ট্ৰনিক নিউমেৰিকেল ইণ্টিগ্ৰেটৰ এণ্ড কেলকুলেটৰ) (ইএনআইএচি)ৰ ডিজাইন আৰু নিৰ্মাণ কৰে। এডউইন ডি-ৰ মতে যন্ত্ৰটো হৈছে প্ৰথম "স্বয়ংক্ৰিয়, সাধাৰণ উদ্দেশ্য, Electronic (ইলেক্ট্ৰনিক), দশমিক, Digital computer ডিজিটেল কম্পিউটাৰ"।
Himadree Bora