Where is the CPU located?
চিপিইউ ক'ত অৱস্থিত?
Answer: Motherboard
CPU (চিপিইউ) হৈছে PC (পিচি)ৰ Motherboard (মাডাৰবোৰ্ড)ৰ ওপৰত পোৱা এটা সৰু কিন্তু শক্তিশালী কম্পিউটাৰ Chip (চিপ)। ইয়াক CPU socket (চিপিইউ চকেট)ত ৰখা হৈছে আৰু ইয়াৰ পিনবোৰ তললৈ মুখ কৰি আছে।
Himadree Bora