Who invented keyboard?

কীবোৰ্ড কোনে উদ্ভাৱন কৰিছিল?

Answer: C. Latham Sholes

Christopher Latham Sholes (ক্ৰিষ্টোফাৰ লাথাম শ্বোলছ) (ফেব্ৰুৱাৰী 14, 1819 – ফেব্ৰুৱাৰী 17, 1890) এজন আমেৰিকান আৱিষ্কাৰক আছিল যিয়ে QWERTY keyboard (কিউডব্লিউইআৰটিৱাই কীবৰ্ড) উদ্ভাৱন কৰিছিল, Samuel W (চেমুৱেল ডব্লিউ)ৰ সৈতে।



Himadree Bora